<?xml version="1.0" encoding="utf-8"?> <document> <s id="1">ৰজা।— হওঁতে হয়, দিন চাৰেকৰপৰা তোমাক ম্লান পৰি অহা দেখিছোঁ। কিয়নো গা-মন ভাল নাথাকে তাৰ কাৰণ বুজিব পৰা নাই নে?</s> <s id="2">(প্ৰবেশ কৰি)</s> <s id="3">কৰিয়া ক্ৰিয়াৰে সৈতে সম্বন্ধ।</s> <s id="4">গা-চাওডাঙ—পিছে এতিয়ানো কোনজনা অপেচৰী আপোনাৰ দেহাত ওলোমা বাদুলি দি লন্তিছে?</s> <s id="5">হীৰা। যি হব লাগে হব। সেই মান-দেশৰ পৰা অহা ভগনীয়াবোৰৰ দৰে আমিও কোনোবা ধুবুৰীত লেলাই-ধেন্দাই মৰিবগৈ লাগিব।</s> <s id="6">ছপা কৰা হল।</s> <s id="7">সভাসদবৰ্গ।—মহাৰাজ, আমাৰ মনেৰে ইয়াতেকৈ আৰু ভাল উপায় হব নোৱাৰে।</s> <s id="8">ইচ্ছা যায়, তই ইয়াত থাকিব পাৰ। আৰু তই যদি ইয়াত থাক মোৰ ভালহে লাগিৰ।"</s> <s id="9">ফুকন।— স্বৰ্গদেৱৰ বুজনি অতিশয় সাৰুৱা। কিন্তু, মনে যে নামানে।</s> <s id="10">সেৱা, নম্ৰতাৰে, সত্য সাদৰী বচনে, স্বাৰ্থ পৰিহৰি কৰা পৰ উপকাৰ, তাতে বশ হব হেৰাঁ জগৎ সংসাৰ।</s> <s id="11">তেন্তেনো তই কি কৰিবি?"</s> <s id="12">২য়।— এৰা, কিন্তু কথাতহে যোজোনা দিয়া কিন্তু শুনিছিলোঁ টেটোন বুলি, এতিয়া কিন্তু সঁচাকৈয়ে টেটোন নামেৰে কিন্তু চেঙ্গেৰা ডেকা এটা কিন্তু ফুৰিছেহি। ককাইটিঐ! তাৰ কিন্তু কথা কিন্তু শুনিয়েই কিন্তু তল যাওঁ!</s> <s id="13">এতিয়াও অসংখ্য বনৰীয়া ৰাজহাঁহ আছে; সেইবিলাকক দেও-ৰাজহাঁহ বোলে। এসময়ত যি ৰাজহাঁহে হাবিত মুকলিমূৰীয়াকৈ চৰি ফুৰিছিল, এতিয়া সিহতে ইমান পোহ মানিলে যে কবলৈ বাকি নাই। সিহঁতে মানুহলৈ আঁতৰি যাবই নোখোজে।</s> <s id="14">বু: গো:।— অশেষ যন্ত্ৰণা আৰু লাগিব ভূঞ্জিব।</s> <s id="15">বৈষ্ণবী মাতৃয়ে প্রমাণ কৰিব যে দেও পৰীক্ষাটোত কুটচক্রান্ত কৰি কৰচি ককালৰ পৰা পিস্তল উলিয়াই লভিতাৰ বুকুৰ আগত ধৰি চিঞৰি কয়— "চুপ থাক, চুপ থাক, নহলে পিস্তলৰ গুলীৰে কলিজা</s> <s id="16">ধৰ্ম্ম।—আমাৰ উদ্দেশ্য আজিলৈকে দেখোন অলপো সিদ্ধি নহল। মই আৰু ক্ৰমাৎ হতাশ হৈ হে গৈছোঁ।</s> <s id="17">জুলাই, আগষ্ট অৰ্থাৎ জহকালি সূৰ্য্যদেৱ তাত ৩-৪ বজামানত ওলায়। ৰাতি ৮ মান বজাত অস্ত যায়। তিমান দূৰ ফুৰি মোৰ একো ভাগৰ লগা নাছিল।</s> <s id="18">&nbsp;&nbsp;&nbsp; ভগীৰামে বিয়া কৰাইছিল প্ৰায় বাইশ বছৰমান বয়সতে । সন্তান হৈছিল দুটা,—প্ৰথমটো ছোৱালী আৰু দ্বিতীয়টো লৰা ।</s> <s id="19">কীৰ্ত্তি— কোনে কৈছে আই? তোমাৰে শপত, তোমাৰে মূৰ খাওঁ, তোমাৰ গাৰ আঁৰ হবলৈ, মই কানি মুখতে দিয়া নাই; কোনোবা শত্ৰুৱে মিছাকৈ হ লগাইছে৷</s> <s id="20">ধৰ্ম্ম।—সঁচা। বাৰু, সেই ৰাতি মৰিশালিলৈ গৈ, মই এটা মৈদামৰ ওপৰত খুঁটি এটা পুতি থৈ আহিমগৈ। পিচদিনা তোমালোক আটাইকেইওজনে চাবাঁগৈ।</s> <s id="21">আনঠাইত কতো দেখিবলৈ পোৱা নাযায়। এই দৌলে এতিয়াও শিৱসাগৰৰ নাম জিলিকাই ৰাখিছে।</s> <s id="22">ৰুণুক—ভয়ামৰ ছোৱালী তই ভয় খাইছনেকি?</s> <s id="23">হৰি—Damn বিপদ। বিপদলৈ কুচ পৰোৱা নাই। মোৰ প্ৰেমে বিপদৰ মাজে দি বাট দেখুৱাই নিব৷ তুমিও যলৈকে ইচ্ছা তলৈকে যাব পাৰা।</s> <s id="24">Like • bill' and 'mountain' they are convenient methods of expressions, but no one can say at wat exact point a hill ceases to be a hill and becomes লাগিল।ৰণত ডেকাফুকন পৰিল;বুঢ়াগোহাঞি ডাঙৰীয়াই পুৰন্দৰসিংহ গোহাঞিদেৱক যুৱৰাজ পাতিলে।</s> <s id="25">গদা।—আছেনে মনত বাৰু, শুনিলাঁ যিখিনি?</s> <s id="26">[চন্দ্ৰপ্ৰভাৰ প্ৰস্থান]</s> <s id="27">ফজল।—ছেগ নো আকৌ কি?</s> <s id="28">'''সকলোৱে।''' ৰূকমী ৰাজকুঁৱৰীৰ জয়।</s> <s id="29">নিৰপৰাধীক সহায় কৰা, দৰিদ্ৰ নাৰায়ণক সেৱা কৰা। নৰেই নাৰায়ণ"।</s> <s id="30">নুবুজে। শেষত যি হব সহতে ডেকা বৰুৱাৰ ভাবটো কি ইয়াকেহে বুজিব লাগে।</s> <s id="31">কৰিব দিয়া কাম আপুনি কৰিবনে নকৰে।</s> <s id="32">প্ৰত্যয়ান্ত পদ প্ৰায় বিশেষণ; সুতৰাং বিশেষ্য পদৰ যি লিঙ্গ তাৰো সেই লিঙ্গ হই থাকে৷ যেনে; তাৰ ক্ৰোধ অসহ্য, কথা অসহ্যা ইত্যাদি৷</s> <s id="33">গঙ্গাই।— ভাল লগ পালোঁহি ককাইহঁত ঔ! ভাল ৰইখা পৰিলোঁ।</s> <s id="34">(দুইৰো প্ৰস্থান৷ )</s> <s id="35">হল। এইবাৰ ভালেমান দিন গ্ৰাহকক পুথি যোগাব নোৱাৰি দুখিত হৈ, বহু প্ৰবন্ধেৰে এই তৃতীয় তাঙৰণ উলিৱা হৈছে। এইবাৰৰ সংস্কাৰত পুথিৰ কলেৱৰ ভালেমান চবি উঠাত, ইয়াৰ বেচো ১৲ এটকালৈ চৰিল। ইতি—</s> <s id="36">অলপ লাজকুৰীয়া ভাবেৰে কলে, "কেনে সুন্দৰ ল'ৰা সাজিছোঁ, চোৱা।" জৰ্জে কলে, "ইলাইজা, তুমি সকলো সময়তে সুন্দৰ।"</s> <s id="37">মানুহজনী— পাবই লাগে বুলি কৈছে আকৌ।</s> <s id="38">২য়, কাঃ।— (চক্ মক্ কৈ উঠি ভূতনাথলৈ চাই) ঔ আই! নহয় নো কি! সঁচাকৈ এইটো ভূতঔ! বান্ধ, বান্ধ! (উঠি লৰি প্ৰস্থান)।</s> <s id="39">গা-চাওডাঙ—পিছে বৰাৰ আগৰজনী?</s> <s id="40">উজাই গলে বৰনগৰ নামেৰে এডোখৰ ঠাইত "চণ্ডী বৰুৱা" নামেৰে এজন বীৰৰ দেশ পাবা। তেওঁৰ সৈন্য সামন্তও সৰহ আৰু ধনবিতো সৰহ। তেওঁক ধৰিব পাৰিলে লাভ হব। বিশেষ তেওঁক তোমালোকে যুঁজত ঘটুৱাই লব পাৰিলে আৰু ক'তো ভয় নেথাকিব।"</s> <s id="41">বিলাকক লৈ অস্ত্র শিক্ষা কৰাইছে। ৰাতি পুৱাৰে পৰা শিক্ষা কৰাত তেওঁলােকৰ ভোক আৰু ভাগৰ লাগিছে। সকলােৱেই ঘৰলৈ যাবলৈ উৎসুক হৈ দুগুণ উৎসাহেৰে লাগি গৈছে।</s> <s id="42">'''মণিমুগ্ধ।''' এৰি দিবলৈ। সিহঁত সকলোকে আকৌ ঘৰলৈ পঠাই দিব।</s> <s id="43">পাপ কিন্তু আপনি নকৰিব। আপোনাৰ যিহকে ইচ্ছা হয় কৰোক--মোৰ কষ্ট শেষ হব, কিন্তু আপোনাৰ দোষৰ নিমিত্তে যদি আপুনি অনুতাপ নকৰে আপোনাৰ কষ্টৰ শেষ কেতিয়াও নহয়।"</s> <s id="44">লভিতা। তহঁতৰ ক'ত কুত-কুতালেগৈ অ'? কাষলতিত নেকি?</s> <s id="45">১ম চাওডাঙ—ধৰ ককাইহত তাইক ল।</s> <s id="46">ৰজা।— কি আচৰিত। কাণত নোসোমোৱা কথা!</s> <s id="47">মোক কচোন।"</s> <s id="48">আ' টৰণি—হৰি বাবু, আমাৰ ৫৲ পাঁচ টকাৰ ওপৰ নিদিব।</s> <s id="49">খানাক সৰহ পৰচা দিবৰ ইচ্ছা নকৰি, এই দ্বিতীয় পাতনি আৰু নাটৰ ভাৱৰীয়া ভাৱৰীয়ানী সকলৰ নাম দিয়েই এই বাৰৰ নিবেদন সাং কৰিলোঁ৷</s> <s id="50">'''ৰজা৷''' কিয়?</s> <s id="51">সাধনী। — নহব সি বাঞ্ছা সিদ্ধি। কনচেং। — নহব নহলে। সাধনী। — কিবা কোৱাঁ।</s> <s id="52">মই এটা কথা খাটোঁ।"</s> <s id="53">২য়, বে:।— সঁচা কৈছ ককাইটি। গদাকোৱঁৰৰ ঘৈণী আইদেউ ১ম, বে:।— নকবি, নকবি মোৰ বুপাই! মানুহ গৰাকীৰ বিলাই দেখি</s> <s id="54">ৰজা।— (হাঁহি মাৰি) ৰাৰু, কেনেকৈ আহিল সেইটো এৰি দিয়াঁ; কিয় আহিছে তাকে সোধাঁছোন।</s> <s id="55">'''ইতিভেন।''' মণিমুগ্ধ! পৰিহাস থোৱা! মনত ৰাখিবা এতিয়া তুমি মোৰ বন্দী—</s> <s id="56">ৰূপ। জানো বাইটী! সিহঁতৰ অত্যাচাৰ দেখিলে কেতিয়াবা যে সিহঁতৰ মন কুমলিবগৈ, তেনে মনে নধৰে। জানো বাইটী—</s> <s id="57">ঈশ্বৰেও এৰি দিব নােৱাৰে। এৰি দিলেই প্রজা বিদ্রোহী হব।"</s> <s id="58">ফজলুৰ। — বৰ হাৰুৱা প্ৰস্তাব। মই মিষ্টাৰ বৰুৱাৰ প্ৰস্তাব হমৰ্থন কৰোঁ।</s> <s id="59">তেওঁৰ আমোলত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল। আৰু তেওঁৰ দিনত "আহোমৰ দিন"ৰ বহুল উন্নতি হৈছিল। এই জনা স্বৰ্গদেৱে ৪২ বছৰ ৰাজপাট খাইছিল। তেওঁ ১৫৩৯ খ্ৰীষ্টাব্দত স্বৰ্গী হয়।</s> <s id="60">কেঁহুৱে মাতােতে টুনিটিয়ে গালে। উলাহি নধৰি আনন্দেৰে হিয়া তালে তাল ধৰি গাই কুকুৰাই, "চৰাইটি হে দেও বাসন্তী বিয়া"।</s> <s id="61">Desting. আলছা কথা নহয় সিদ্ধি, বাটত আছে কনা বিধি। Alachha katha nahai siddhi, Batat achhe kana biddhi.</s> <s id="62">(চকু মোহাৰি মোহাৰি কীৰ্ত্তিৰ প্ৰবেশ]</s> <s id="63">মােহ-প্রবৃত্তিৰ বস্তু অতি মনােহৰ, মােহ-প্রাপ্ত মানৱক কৰি সকাতৰ ।</s> <s id="64">বাসিন্দা সৰহভাগেই কাটনি, তাৰ মাজতে একে ঘৰ মাথোন ব্ৰাহ্মণ। এওঁলোকে এই গাঁৱতে কেইবা পুৰুষৰে পৰা বসতি কৰিছে। বংশৰ আদি পুৰুষজন শান্তিপুৰৰ পৰা অহা বুলি শুনা যায়।</s> <s id="65">মোৰ অসমীয়া সৈনিক ভাইসকল! মই আপোনালোকক কেইটামান প্ৰশ্ন সুধিব খোজো?</s> <s id="66">ইয়াৰ কিবা অর্থ আছেনে?"</s> <s id="67">তেওঁ খাত-পামৰ যোগাৰ কৰি লৈ অৱস্থা ক্ৰমশঃ ভাল কৰি আনিছিল। তেওঁৰ দুটা ল'ৰা আৰু এজনী ছোৱালী আছিল।</s> <s id="68">প্ৰসূতি।—দেৱৰ্ষি, যদিও দদাৰে তোমাক কৈলাসলৈ যাবলৈ হাক দিছে, তথাপি একেসাৰ মোৰ কথা শুনি, এবাৰ সতীৰ ঘৰলৈ যাবা। মোৰ সতীক ইয়াকে কবা, "যজ্ঞত তোমাক নেদেখিলে, তোমাৰ মাৰ আৰু জীয়াই নেথাকে।" মাকৰ ঘৰলৈ জীয়েক আহিবৰ নিমিত্তে একো নিমন্ত্ৰণ নেলাগে।</s> <s id="69">7475তিৰুতাৰ আত্মদান কাব্যহিতেশ্বৰ বৰবৰুৱা১৯১৩ [ ৩১ ] তৃতীয় সৰ্গ ———৹৹৹——— "——O happiness enjoy'd but of a few!</s> <s id="70">মুক্তি।—বাৰু, আহোচোন আহ। কিহৰ ভয়, মই আছোঁ নহয়? (মুক্তিয়ে হাতত ধৰি টানি নিয়ে। গুৱাল কঁপি কঁপি চুঁচৰি যোৱাদি থৰক্-বৰক্ কৈ যায়)।</s> <s id="71">প্ৰভা—কি দুখৰ কথা!</s> <s id="72">কীৰ্ত্তি— থাক্ থাক্ , মনে মনে থাক্ , তোক দায়ে নেপায়৷</s> <s id="73">[[File:দন্দুৱা দ্ৰোহ (page 166 crop).jpg|দন্দুৱা দ্ৰোহ (page 166 crop)|center|100px]]</s> <s id="74">কীৰ্ত্তি— এহ! কি সোধাঁ দেও? বাটতে লৰি-গোহাঁই-দেওক পালোঁ। মই একোৰূপে নে যাওঁ, তেও তেওঁ চন্দ্ৰীৰ ঘৰলৈ ধৰি লৈ গল, তাতে পাণ খাই বহি থাকোঁতেই ইমান ৰাতি হল। একোৰূপে এৰিয়েই নি দিয়ে, বাহিৰলৈ যাওঁ বুলি হে সাৰি আহিছোঁ।</s> <s id="75">ফ' উ'—নিশ্চয় injustice হ'ব। আদালতে আইনখন খুলি চালেই এই কথা বুজিব পাৰিব।</s> <s id="76">ইমান দুৰ্ব্বলী বুলি নাভাবিবা। ইয়াৰ মানুহবিলাক বৰ সাহিয়াল। বিশেষ আমাৰ এই খণ্ডত এজন বৰ ডাঙৰ মানুহ আছে। মোৰ নিচিনা মানুহ এটাক তুমি মিতিৰ পাতি নললে যুঁজ জিকি ফুৰিব নোৱাৰিবা।"</s> <s id="77">বা ঐতিসাসিক আবিষ্কাৰ নহয়, এখন সামাজিক উপন্যাস মাথোন। কিন্তু উপন্যাস হলেও, ইয়াৰ বাহিৰা সাজ-পাৰ,</s> <s id="78">ভলণ্টিয়াৰ। ঘৰত কোনোবা মুনিহ মানুহ আছেনে?</s> <s id="79">ৰুণুক—ওঁ—ওঁ-—মই কওঁ—মই কওঁ—মই কওঁ—দেই। তই হৈছ ভৈয়ামৰ মইনা পখী। মই—না! অ, মই—না—ম—ই—না। ঠিক ঠিক ঠিক হ'ব। পিছে মইনা ,গীত এটা নোগোৱানে? আমি তেও তোমাৰ গীত শুনিলোহে।</s> <s id="80">দিবা—প্ৰেমৰ খুন্দাত হৰিয়া ব্যাকুল—পাৰুল, পাৰুল।</s> <s id="81">ৰাজমাও— তই অঁকৰামতীয়া হৈছ দেখিহে আকৌ তোৰে সৈতে যুঁজ-বাগৰ কৰি আছো।</s> <s id="82">দেৱে ৰচি লোৱা এটা গীতৰ নমুনা দিয়া হ'ল।</s> <s id="83">১ম নাৰ্ছ। এৰা, আমাৰ পিতাইহঁত অহাৰ কথা আছিল ।</s> <s id="84">'''ৰিমু।''' মণিমুগ্ধই আমাৰ ৰূকমী ৰাজ্য জুই লগাই পোৰাই দিলে—একো নাই। হাবিয়ে বননিয়ে পৰ্ব্বতে-পাষণ্ডে ৰূকমীবোৰ খাবলৈ নাপাই ঘৰ-বাৰীহীন হৈ ঘূৰি ফুৰিছে।</s> <s id="85">ৰাজমাও।—নালাগে সন্ধান বাছা।</s> <s id="86">ৰ, ল, ৱ হ পাছত থাকিলে ইকে আদি কৰি স্বৰৰ নিৰামিষ দুঃ+যশস্যা দুৰ্যশস্যা, দুঃ+মতি দুৰ্ম্মতি, পুনঃ+অপি পুনৰপি৷</s> <s id="87">'''ৰেণথিয়াং।''' অতি গুপ্তভাৱে দুৰ্গ কেনেবাকৈ পাৰ হৈ দুৰ্গৰ দুৱাৰ মুকলি কৰিলে।</s> <s id="88">ইহুদী শ্বাইলকে ভেনিচৰ আইন অনুসাৰে, দলিলত লেখা আধা সেৰ মঙহ কাটি লবলৈ ওলাল।</s> <s id="89">দেখিহে ময়ো কইছোঁ। পিছত গাভৰুদেৱ মই আজি তোমাৰ ওচৰত এটা ভিক্ষা বিচাৰিহে আহিছোঁ।"</s> <s id="90">'''ৰূপালীম্ ।''' মোক তোমালোকে কেলৈ ইয়াত থৈছা?</s> <s id="91">সেউজী— (সহানুভূতিৰে) তাইৰ কথাত নধৰিবি। তাই তেনেকুৱাই—কিনো বাৰু কি লগালে?</s> <s id="92">কাঞ্চনমতী— মই একো মিছা কোৱা নাই-আগলৈকো নকওঁ।</s> <s id="93">বিহু— বাৰু, যা, গাওঁত পাওঁ যদি নিম, নে পালে কি কৰিম? সেই বাবে কাটি পেলাব নোৱাৰে।</s> <s id="94">Blantag others for o%e's out fault. নকলেও নোৱাৰৰ ফটা মুখ, কলেও লাগে ভকতৰ দোষ। Nakaleo nowaro phata mukh, Kaleo lage bhakatar dosh.</s> <s id="95">লভি ( বাধা দি )। ৰ' চোন অ' ৰূপ! আমি আৰু একোটো কৰিব পৰা নাই। সিদিনা কমিটীত সূতা কাটিবলৈ কৈছে, এৰী কাটিবলৈ কৈছে –তাকে কৰিছো।</s> <s id="96">অসম প্ৰকাশন পৰিষদৰ আগতীয়া লিখিত অনুমতি অবিহনে এই গ্রন্থ বা ইয়াৰ কোনাে অংশ ফটোকপি, ৰেকর্ডিং আদিৰ দৰে কোনাে ইলেক্ট্রনিক বা যান্ত্রিক উপায়েৰে, অথবা কোনাে তথ্যৰ সংগ্রহ-পুনৰ ব্যৱহাৰ প্ৰণালীৰে পুনৰ প্ৰকাশ কৰিব নােৱাৰিব বা আন কোনাে ৰূপতে ব্যৱহাৰ কৰিব নােৱাৰিব।</s> <s id="97">'''মায়াব'৷''' এইদৰে কিমান দিন থাকিবা।</s> <s id="98">ৰংদৈ।— এৰা, আইদেউ গ'লেই। ময়ো যাওঁ, খং কৰিব দেও! তুমি যাবাগৈহে এতিয়া ভকত!</s>