ৰজা।— হওঁতে হয়, দিন চাৰেকৰপৰা তোমাক ম্লান পৰি অহা দেখিছোঁ। কিয়নো গা-মন ভাল নাথাকে তাৰ কাৰণ বুজিব পৰা নাই নে?
King-- it's possible, I've seen you out of the day's chairs, because you don't understand why it's not good enough?


(প্ৰবেশ কৰি)
(Entering)
কৰিয়া ক্ৰিয়াৰে সৈতে সম্বন্ধ।
Relationship with Kara Action.
গা-চাওডাঙ—পিছে এতিয়ানো কোনজনা অপেচৰী আপোনাৰ দেহাত ওলোমা বাদুলি দি লন্তিছে?
Ga-Saodong-Pain's nobody's sneaking in your body?
হীৰা। যি হব লাগে হব। সেই মান-দেশৰ পৰা অহা ভগনীয়াবোৰৰ দৰে আমিও কোনোবা ধুবুৰীত লেলাই-ধেন্দাই মৰিবগৈ লাগিব।
Let us be like the brothers who come out of the land. Let's die in the dust, like those who come out of the land.
ছপা কৰা হল।
Printed.
সভাসদবৰ্গ।—মহাৰাজ, আমাৰ মনেৰে ইয়াতেকৈ আৰু ভাল উপায় হব নোৱাৰে।
Association. - Great, we can't have a better way of life.
ইচ্ছা যায়, তই ইয়াত থাকিব পাৰ। আৰু তই যদি ইয়াত থাক মোৰ ভালহে লাগিৰ।"
I want you to stay here, and if you stay here, it's good for me."
ফুকন।— স্বৰ্গদেৱৰ বুজনি অতিশয় সাৰুৱা। কিন্তু, মনে যে নামানে।
Funn. - The idea of the heavens is very clear, but I think it doesn't.
সেৱা, নম্ৰতাৰে, সত্য সাদৰী বচনে, স্বাৰ্থ পৰিহৰি কৰা পৰ উপকাৰ, তাতে বশ হব হেৰাঁ জগৎ সংসাৰ।
To serve, and to serve, and to serve, and to serve, and to serve, and to serve, and to serve, and to serve, that is, to be the fruit of the earth.
তেন্তেনো তই কি কৰিবি?"
What will he do?
২য়।— এৰা, কিন্তু কথাতহে যোজোনা দিয়া কিন্তু শুনিছিলোঁ টেটোন বুলি, এতিয়া কিন্তু সঁচাকৈয়ে টেটোন নামেৰে কিন্তু চেঙ্গেৰা ডেকা এটা কিন্তু ফুৰিছেহি। ককাইটিঐ! তাৰ কিন্তু কথা কিন্তু শুনিয়েই কিন্তু তল যাওঁ!
- Ara, but in word, I heard Teton, but now it's a tattoon, but Chengera's young.
এতিয়াও অসংখ্য বনৰীয়া ৰাজহাঁহ আছে; সেইবিলাকক দেও-ৰাজহাঁহ বোলে। এসময়ত যি ৰাজহাঁহে হাবিত মুকলিমূৰীয়াকৈ চৰি ফুৰিছিল, এতিয়া সিহতে ইমান পোহ মানিলে যে কবলৈ বাকি নাই। সিহঁতে মানুহলৈ আঁতৰি যাবই নোখোজে।
And there are many kings of the forest, and they say unto them, The king's son, and the king of the house that was in the midst of the field, that he said, There is none left of them: they shall not return unto men.
বু: গো:।— অশেষ যন্ত্ৰণা আৰু লাগিব ভূঞ্জিব।
BU: Go.. - Last pain and need.
বৈষ্ণবী মাতৃয়ে প্রমাণ কৰিব যে দেও পৰীক্ষাটোত কুটচক্রান্ত কৰি কৰচি ককালৰ পৰা পিস্তল উলিয়াই লভিতাৰ বুকুৰ আগত ধৰি চিঞৰি কয়— "চুপ থাক, চুপ থাক, নহলে পিস্তলৰ গুলীৰে কলিজা
The psychiatrist proves that the test was incredibly interrogated by Kashi from the time he left and cried out in front of the lavish dog: "Stop, be quiet, or collision with the pistol's sleeve."
ধৰ্ম্ম।—আমাৰ উদ্দেশ্য আজিলৈকে দেখোন অলপো সিদ্ধি নহল। মই আৰু ক্ৰমাৎ হতাশ হৈ হে গৈছোঁ।
Religion. - My purpose has not been fulfilled until this day. I'm going to despair.
জুলাই, আগষ্ট অৰ্থাৎ জহকালি সূৰ্য্যদেৱ তাত ৩-৪ বজামানত ওলায়। ৰাতি ৮ মান বজাত অস্ত যায়। তিমান দূৰ ফুৰি মোৰ একো ভাগৰ লগা নাছিল।
Julie, August, Jahkali Sundesh, gets there at 3-4 acres in the night, I didn't have any part of it.
    ভগীৰামে বিয়া কৰাইছিল প্ৰায় বাইশ বছৰমান বয়সতে । সন্তান হৈছিল দুটা,—প্ৰথমটো ছোৱালী আৰু দ্বিতীয়টো লৰা ।
  Altnbsp; verbsp; was married at about two and a half years of age. The children were two, --the first child and the second.
কীৰ্ত্তি— কোনে কৈছে আই? তোমাৰে শপত, তোমাৰে মূৰ খাওঁ, তোমাৰ গাৰ আঁৰ হবলৈ, মই কানি মুখতে দিয়া নাই; কোনোবা শত্ৰুৱে মিছাকৈ হ লগাইছে৷
As you swear, you will eat your head, and I will not open your mouth. No enemy has lied.
ধৰ্ম্ম।—সঁচা। বাৰু, সেই ৰাতি মৰিশালিলৈ গৈ, মই এটা মৈদামৰ ওপৰত খুঁটি এটা পুতি থৈ আহিমগৈ। পিচদিনা তোমালোক আটাইকেইওজনে চাবাঁগৈ।
Religion.. Baahu, that night, I went to Marshalli, and I'll come to find a son on a mob.
আনঠাইত কতো দেখিবলৈ পোৱা নাযায়। এই দৌলে এতিয়াও শিৱসাগৰৰ নাম জিলিকাই ৰাখিছে।
Nowhere can be seen. This is still the name of the Caucasus.
ৰুণুক—ভয়ামৰ ছোৱালী তই ভয় খাইছনেকি?
Is the Runuk-awam's daughter scared?
হৰি—Damn বিপদ। বিপদলৈ কুচ পৰোৱা নাই। মোৰ প্ৰেমে বিপদৰ মাজে দি বাট দেখুৱাই নিব৷ তুমিও যলৈকে ইচ্ছা তলৈকে যাব পাৰা।
Los-Damn is in danger. My love will be in danger. You will be able to go as long as you want.
Like • bill' and 'mountain' they are convenient methods of expressions, but no one can say at wat exact point a hill ceases to be a hill and becomes লাগিল।ৰণত ডেকাফুকন পৰিল;বুঢ়াগোহাঞি ডাঙৰীয়াই পুৰন্দৰসিংহ গোহাঞিদেৱক যুৱৰাজ পাতিলে।
Like 'bill' and 'mountain' they are suitable ways of expressions, but no one can say exactly at the Wat Point a mountain stops to be a mountain and becomes cracked.
গদা।—আছেনে মনত বাৰু, শুনিলাঁ যিখিনি?
- Do you think you've heard me?
[চন্দ্ৰপ্ৰভাৰ প্ৰস্থান]
[Existing ]
ফজল।—ছেগ নো আকৌ কি?
Fuzzle. - What's the hell?
'''সকলোৱে।''' ৰূকমী ৰাজকুঁৱৰীৰ জয়।
'all of them '. ' The monarchy wins '
নিৰপৰাধীক সহায় কৰা, দৰিদ্ৰ নাৰায়ণক সেৱা কৰা। নৰেই নাৰায়ণ"।
To help the innocent, to serve the poor.
নুবুজে। শেষত যি হব সহতে ডেকা বৰুৱাৰ ভাবটো কি ইয়াকেহে বুজিব লাগে।
NOBUGE. This is what the young man thinks as to what to do in the end.
কৰিব দিয়া কাম আপুনি কৰিবনে নকৰে।
You don't have the right to do it.
প্ৰত্যয়ান্ত পদ প্ৰায় বিশেষণ; সুতৰাং বিশেষ্য পদৰ যি লিঙ্গ তাৰো সেই লিঙ্গ হই থাকে৷ যেনে; তাৰ ক্ৰোধ অসহ্য, কথা অসহ্যা ইত্যাদি৷
The direct text is nearly special; the lyrics of the Starang Special Technology are the same. For example, his anger is unbelievable, irrelevant.
গঙ্গাই।— ভাল লগ পালোঁহি ককাইহঁত ঔ! ভাল ৰইখা পৰিলোঁ।
I'm fine.
(দুইৰো প্ৰস্থান৷ )
(Both exits.)
হল। এইবাৰ ভালেমান দিন গ্ৰাহকক পুথি যোগাব নোৱাৰি দুখিত হৈ, বহু প্ৰবন্ধেৰে এই তৃতীয় তাঙৰণ উলিৱা হৈছে। এইবাৰৰ সংস্কাৰত পুথিৰ কলেৱৰ ভালেমান চবি উঠাত, ইয়াৰ বেচো ১৲ এটকালৈ চৰিল। ইতি—
Well, this time the client can't add a lot of day, and this third color has been unpleasant with a number of articles. In this edition, the pilot's gravity of the Collevator has grown to 120 acres.
অলপ লাজকুৰীয়া ভাবেৰে কলে, "কেনে সুন্দৰ ল'ৰা সাজিছোঁ, চোৱা।" জৰ্জে কলে, "ইলাইজা, তুমি সকলো সময়তে সুন্দৰ।"
A little lazy thought, "Who's got a beautiful boy?" He said, "Elija, you're always beautiful."
মানুহজনী— পাবই লাগে বুলি কৈছে আকৌ।
Man – tells us we're going to get.
২য়, কাঃ।— (চক্ মক্ কৈ উঠি ভূতনাথলৈ চাই) ঔ আই! নহয় নো কি! সঁচাকৈ এইটো ভূতঔ! বান্ধ, বান্ধ! (উঠি লৰি প্ৰস্থান)।
No, it's a mad! It's a mad!
গা-চাওডাঙ—পিছে বৰাৰ আগৰজনী?
Ga-Saodong-Pi's before the rain?
উজাই গলে বৰনগৰ নামেৰে এডোখৰ ঠাইত "চণ্ডী বৰুৱা" নামেৰে এজন বীৰৰ দেশ পাবা। তেওঁৰ সৈন্য সামন্তও সৰহ আৰু ধনবিতো সৰহ। তেওঁক ধৰিব পাৰিলে লাভ হব। বিশেষ তেওঁক তোমালোকে যুঁজত ঘটুৱাই লব পাৰিলে আৰু ক'তো ভয় নেথাকিব।"
And if he goes, he will find a woman in the land of Edok, and his army will be taken, and he will be taken, and you will not be afraid.
বিলাকক লৈ অস্ত্র শিক্ষা কৰাইছে। ৰাতি পুৱাৰে পৰা শিক্ষা কৰাত তেওঁলােকৰ ভোক আৰু ভাগৰ লাগিছে। সকলােৱেই ঘৰলৈ যাবলৈ উৎসুক হৈ দুগুণ উৎসাহেৰে লাগি গৈছে।
They have been taught by swords. They have been taught by night to teach with their mouths and to share in the preaching work. Every one of them has a twofold sacrifice to go into his house.
'''মণিমুগ্ধ।''' এৰি দিবলৈ। সিহঁত সকলোকে আকৌ ঘৰলৈ পঠাই দিব।
Let go of it , and let them go , and send them back to their house .
পাপ কিন্তু আপনি নকৰিব। আপোনাৰ যিহকে ইচ্ছা হয় কৰোক--মোৰ কষ্ট শেষ হব, কিন্তু আপোনাৰ দোষৰ নিমিত্তে যদি আপুনি অনুতাপ নকৰে আপোনাৰ কষ্টৰ শেষ কেতিয়াও নহয়।"
But don't sin, and don't sin; for my suffering will be done away with; but if you don't repent for your sins."
লভিতা। তহঁতৰ ক'ত কুত-কুতালেগৈ অ'? কাষলতিত নেকি?
Where's the dog-quatelegai O'?
১ম চাওডাঙ—ধৰ ককাইহত তাইক ল।
1st Sawdang - take her.
ৰজা।— কি আচৰিত। কাণত নোসোমোৱা কথা!
King, what a surprise to hear!
মোক কচোন।"
Tell me."
আ' টৰণি—হৰি বাবু, আমাৰ ৫৲ পাঁচ টকাৰ ওপৰ নিদিব।
A-Truni-- Dad, we won't get our five-year-old.
খানাক সৰহ পৰচা দিবৰ ইচ্ছা নকৰি, এই দ্বিতীয় পাতনি আৰু নাটৰ ভাৱৰীয়া ভাৱৰীয়ানী সকলৰ নাম দিয়েই এই বাৰৰ নিবেদন সাং কৰিলোঁ৷
Not wanting to protect Khank, I made this request by the name of the two pigs and the nerves of the Nata.
'''ৰজা৷''' কিয়?
Why?
সাধনী। — নহব সি বাঞ্ছা সিদ্ধি। কনচেং। — নহব নহলে। সাধনী। — কিবা কোৱাঁ।
Bulgar. — Don't be perfect. — Conching.
মই এটা কথা খাটোঁ।"
I'm talking about this."
২য়, বে:।— সঁচা কৈছ ককাইটি। গদাকোৱঁৰৰ ঘৈণী আইদেউ ১ম, বে:।— নকবি, নকবি মোৰ বুপাই! মানুহ গৰাকীৰ বিলাই দেখি
2 B.B.B.: - The real Kys Kaiti. Ideou of Gadako's house is 1th, Bee.
ৰজা।— (হাঁহি মাৰি) ৰাৰু, কেনেকৈ আহিল সেইটো এৰি দিয়াঁ; কিয় আহিছে তাকে সোধাঁছোন।
King. - (Laughter) Raru, let it go; ask him why.
'''ইতিভেন।''' মণিমুগ্ধ! পৰিহাস থোৱা! মনত ৰাখিবা এতিয়া তুমি মোৰ বন্দী—
[ The angels will be told , ] ‘ O man ! Take your sword and remember that You are My servants . ’
ৰূপ। জানো বাইটী! সিহঁতৰ অত্যাচাৰ দেখিলে কেতিয়াবা যে সিহঁতৰ মন কুমলিবগৈ, তেনে মনে নধৰে। জানো বাইটী—
You know, bytes, when they see their violence, they don't feel like it.
ঈশ্বৰেও এৰি দিব নােৱাৰে। এৰি দিলেই প্রজা বিদ্রোহী হব।"
God will not spare, and the people will be rebellious."
ফজলুৰ। — বৰ হাৰুৱা প্ৰস্তাব। মই মিষ্টাৰ বৰুৱাৰ প্ৰস্তাব হমৰ্থন কৰোঁ।
Fuzlur. — Great Haroa Proposal.
তেওঁৰ আমোলত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল। আৰু তেওঁৰ দিনত "আহোমৰ দিন"ৰ বহুল উন্নতি হৈছিল। এই জনা স্বৰ্গদেৱে ৪২ বছৰ ৰাজপাট খাইছিল। তেওঁ ১৫৩৯ খ্ৰীষ্টাব্দত স্বৰ্গী হয়।
He was in the Amalek, and in his day there was a great improvement of the "Hom's Day," which he enjoyed for 42 years in heaven. He was in heaven in 1539.
কেঁহুৱে মাতােতে টুনিটিয়ে গালে। উলাহি নধৰি আনন্দেৰে হিয়া তালে তাল ধৰি গাই কুকুৰাই, "চৰাইটি হে দেও বাসন্তী বিয়া"।
He went to his mother tonight with joy, and he hurried and smashed, and tied, and tied, and tied, "She is a lively woman."
Desting. আলছা কথা নহয় সিদ্ধি, বাটত আছে কনা বিধি। Alachha katha nahai siddhi, Batat achhe kana biddhi.
Desting. Alsa doesn't speak perfectly, there's no way out. Aalachha Katha Naha Siddi, Batta chhe when he is bidhi.
(চকু মোহাৰি মোহাৰি কীৰ্ত্তিৰ প্ৰবেশ]
(CHUCK COMPLAINT OF MORIRIE)
মােহ-প্রবৃত্তিৰ বস্তু অতি মনােহৰ, মােহ-প্রাপ্ত মানৱক কৰি সকাতৰ ।
Maeh-practice is very good for men and for them to be honest .
বাসিন্দা সৰহভাগেই কাটনি, তাৰ মাজতে একে ঘৰ মাথোন ব্ৰাহ্মণ। এওঁলোকে এই গাঁৱতে কেইবা পুৰুষৰে পৰা বসতি কৰিছে। বংশৰ আদি পুৰুষজন শান্তিপুৰৰ পৰা অহা বুলি শুনা যায়।
The residents didn't cut, and within the same house, Mathone Brahman, who lived in the village of Mathon Brahman, was heard that the old man came from peace.
মোৰ অসমীয়া সৈনিক ভাইসকল! মই আপোনালোকক কেইটামান প্ৰশ্ন সুধিব খোজো?
How many questions do I ask you?
ইয়াৰ কিবা অর্থ আছেনে?"
Does it have any meaning?
তেওঁ খাত-পামৰ যোগাৰ কৰি লৈ অৱস্থা ক্ৰমশঃ ভাল কৰি আনিছিল। তেওঁৰ দুটা ল'ৰা আৰু এজনী ছোৱালী আছিল।
And he took food and drink, and brought it to him; and he had two sons and two daughters.
প্ৰসূতি।—দেৱৰ্ষি, যদিও দদাৰে তোমাক কৈলাসলৈ যাবলৈ হাক দিছে, তথাপি একেসাৰ মোৰ কথা শুনি, এবাৰ সতীৰ ঘৰলৈ যাবা। মোৰ সতীক ইয়াকে কবা, "যজ্ঞত তোমাক নেদেখিলে, তোমাৰ মাৰ আৰু জীয়াই নেথাকে।" মাকৰ ঘৰলৈ জীয়েক আহিবৰ নিমিত্তে একো নিমন্ত্ৰণ নেলাগে।
Prophecy. - Despite you've been invited to go to college, listen to me, go to the home of the dog, and tell my friend, "If you don't know, you're dead, and you're alive."
7475তিৰুতাৰ আত্মদান কাব্যহিতেশ্বৰ বৰবৰুৱা১৯১৩ [ ৩১ ] তৃতীয় সৰ্গ ———৹৹৹——— "——O happiness enjoy'd but of a few!
Satisfying of 7475th of the Constitution of Kababia113 [33] — ---------------------O happiness only a few!
মুক্তি।—বাৰু, আহোচোন আহ। কিহৰ ভয়, মই আছোঁ নহয়? (মুক্তিয়ে হাতত ধৰি টানি নিয়ে। গুৱাল কঁপি কঁপি চুঁচৰি যোৱাদি থৰক্-বৰক্ কৈ যায়)।
Freedom. - Barru, Ahhoshon. What fear is it that I am not?
প্ৰভা—কি দুখৰ কথা!
Vaa! What the hell!
কীৰ্ত্তি— থাক্ থাক্ , মনে মনে থাক্ , তোক দায়ে নেপায়৷
What's wrong with your mind and mind?
[[File:দন্দুৱা দ্ৰোহ (page 166 crop).jpg|দন্দুৱা দ্ৰোহ (page 166 crop)|center|100px]]
[FILE:Deeps (page 166 crop).jpg drum (page 166 crop)
কীৰ্ত্তি— এহ! কি সোধাঁ দেও? বাটতে লৰি-গোহাঁই-দেওক পালোঁ। মই একোৰূপে নে যাওঁ, তেও তেওঁ চন্দ্ৰীৰ ঘৰলৈ ধৰি লৈ গল, তাতে পাণ খাই বহি থাকোঁতেই ইমান ৰাতি হল। একোৰূপে এৰিয়েই নি দিয়ে, বাহিৰলৈ যাওঁ বুলি হে সাৰি আহিছোঁ।
Kii: Yes, what do you say? I found Lari-going on the street, but he took it to the moon's house, and when he was sitting on the table, it happened that night.
ফ' উ'—নিশ্চয় injustice হ'ব। আদালতে আইনখন খুলি চালেই এই কথা বুজিব পাৰিব।
I'm sure it's going to be unfair, and I'm going to understand it when the court opens the law.
ইমান দুৰ্ব্বলী বুলি নাভাবিবা। ইয়াৰ মানুহবিলাক বৰ সাহিয়াল। বিশেষ আমাৰ এই খণ্ডত এজন বৰ ডাঙৰ মানুহ আছে। মোৰ নিচিনা মানুহ এটাক তুমি মিতিৰ পাতি নললে যুঁজ জিকি ফুৰিব নোৱাৰিবা।"
Don't think that it's so weak. Its people are too weak. We have a big man in this section, and we can't fight a man like me.
বা ঐতিসাসিক আবিষ্কাৰ নহয়, এখন সামাজিক উপন্যাস মাথোন। কিন্তু উপন্যাস হলেও, ইয়াৰ বাহিৰা সাজ-পাৰ,
Or not a historical discovery, but a social analysis mathon.
ভলণ্টিয়াৰ। ঘৰত কোনোবা মুনিহ মানুহ আছেনে?
Is there a man in the house?
ৰুণুক—ওঁ—ওঁ-—মই কওঁ—মই কওঁ—মই কওঁ—দেই। তই হৈছ ভৈয়ামৰ মইনা পখী। মই—না! অ, মই—না—ম—ই—না। ঠিক ঠিক ঠিক হ'ব। পিছে মইনা ,গীত এটা নোগোৱানে? আমি তেও তোমাৰ গীত শুনিলোহে।
I'm -- I'm -- I'm -- I'm -- I'm saying.
দিবা—প্ৰেমৰ খুন্দাত হৰিয়া ব্যাকুল—পাৰুল, পাৰুল।
Day-Prem's happy Harya Babul-Perul, Perull.
ৰাজমাও— তই অঁকৰামতীয়া হৈছ দেখিহে আকৌ তোৰে সৈতে যুঁজ-বাগৰ কৰি আছো।
Rajama - you're going to fight with you when you see that you're smart.
দেৱে ৰচি লোৱা এটা গীতৰ নমুনা দিয়া হ'ল।
A song composed by the god is set up.
১ম নাৰ্ছ। এৰা, আমাৰ পিতাইহঁত অহাৰ কথা আছিল ।
1th Narse. Ara, it was about to come to us.
'''ৰিমু।''' মণিমুগ্ধই আমাৰ ৰূকমী ৰাজ্য জুই লগাই পোৰাই দিলে—একো নাই। হাবিয়ে বননিয়ে পৰ্ব্বতে-পাষণ্ডে ৰূকমীবোৰ খাবলৈ নাপাই ঘৰ-বাৰীহীন হৈ ঘূৰি ফুৰিছে।
' Rymu ' said , ' our monkeys have carried out our kingdom . It is nothing . Habia has not been able to eat pigs in the mountains .
ৰাজমাও।—নালাগে সন্ধান বাছা।
Rajamaa, I don't want to find it.
ৰ, ল, ৱ হ পাছত থাকিলে ইকে আদি কৰি স্বৰৰ নিৰামিষ দুঃ+যশস্যা দুৰ্যশস্যা, দুঃ+মতি দুৰ্ম্মতি, পুনঃ+অপি পুনৰপি৷
If it's, L, W's later, it's infamous and self-destructive, double++mutum, re-+oppy.
'''ৰেণথিয়াং।''' অতি গুপ্তভাৱে দুৰ্গ কেনেবাকৈ পাৰ হৈ দুৰ্গৰ দুৱাৰ মুকলি কৰিলে।
'Ranthyang '. ' And he opened the floods of the forest and hid themselves in a cave.
ইহুদী শ্বাইলকে ভেনিচৰ আইন অনুসাৰে, দলিলত লেখা আধা সেৰ মঙহ কাটি লবলৈ ওলাল।
According to the Venice law of the Jews, the half of the rings written in the team were to be cut off.
দেখিহে ময়ো কইছোঁ। পিছত গাভৰুদেৱ মই আজি তোমাৰ ওচৰত এটা ভিক্ষা বিচাৰিহে আহিছোঁ।"
Behold, I say, and, behold, I come to you this day to seek a wife."
'''ৰূপালীম্ ।''' মোক তোমালোকে কেলৈ ইয়াত থৈছা?
Where have you brought me here ? '
সেউজী— (সহানুভূতিৰে) তাইৰ কথাত নধৰিবি। তাই তেনেকুৱাই—কিনো বাৰু কি লগালে?
Sauzi -- (Sanutai) Don't listen to her. She's like-what's going on?
কাঞ্চনমতী— মই একো মিছা কোৱা নাই-আগলৈকো নকওঁ।
I haven't lied to anyone else.
বিহু— বাৰু, যা, গাওঁত পাওঁ যদি নিম, নে পালে কি কৰিম? সেই বাবে কাটি পেলাব নোৱাৰে।
Behu - Baru, which is found in the village, what will we do if we lose it or get it?
Blantag others for o%e's out fault. নকলেও নোৱাৰৰ ফটা মুখ, কলেও লাগে ভকতৰ দোষ। Nakaleo nowaro phata mukh, Kaleo lage bhakatar dosh.
Blantag others for o%e's fault. Copy photo face, call, malnutrition. Nakaleo nowaro expatade, Kaleo lage batade.
লভি ( বাধা দি )। ৰ' চোন অ' ৰূপ! আমি আৰু একোটো কৰিব পৰা নাই। সিদিনা কমিটীত সূতা কাটিবলৈ কৈছে, এৰী কাটিবলৈ কৈছে –তাকে কৰিছো।
Lovy, we can't do anything anymore!
অসম প্ৰকাশন পৰিষদৰ আগতীয়া লিখিত অনুমতি অবিহনে এই গ্রন্থ বা ইয়াৰ কোনাে অংশ ফটোকপি, ৰেকর্ডিং আদিৰ দৰে কোনাে ইলেক্ট্রনিক বা যান্ত্রিক উপায়েৰে, অথবা কোনাে তথ্যৰ সংগ্রহ-পুনৰ ব্যৱহাৰ প্ৰণালীৰে পুনৰ প্ৰকাশ কৰিব নােৱাৰিব বা আন কোনাে ৰূপতে ব্যৱহাৰ কৰিব নােৱাৰিব।
No one will be able to reproduce or use data-plugging systems, such as photos, recordings, or other types of electromagnetic, or any other way, without the permission of the unlimited publishing.
'''মায়াব'৷''' এইদৰে কিমান দিন থাকিবা।
How long will this be?
ৰংদৈ।— এৰা, আইদেউ গ'লেই। ময়ো যাওঁ, খং কৰিব দেও! তুমি যাবাগৈহে এতিয়া ভকত!
Let's go, let's go, let's go, let's go, let's go!
সকলো গোলামে হেলিৰ ফালে দুখ আৰু খঙ্গত কেৰাহিকৈ চালে।
All the slave runs through the streets of Heli, with pain and brutality.
মানা কৰা যেনে ইও তেনে। এইবোৰ টান কথা; কিন্তু ইহুদীৰ নিৰ্ম্মম হৃদয়ক দ্ৰৱ কৰা সকলোতকৈ টান। আৰু তাৰে সৈতে তৰ্ক নকৰি মোৰ বিচাৰ হবলৈ দিয়া, ইহুদীৰ ইচ্ছা পূৰণ হওক।"
This is what you say. It is a deceitful saying, but the reprobate of the upright heart of the Jews. Let the desire of the Jews be fulfilled which is contrary to me.