আৰ্ডুইন' হ'ল এটি ছফ্টৱেৰ প্ৰতিষ্ঠান, প্ৰকল্প তথা ব্যৱহাৰকাৰী সমাজ যিয়ে পৰিকল যন্ত্ৰৰ মুক্ত-উৎসৰ ছফ্টৱেৰ, মাইক্ৰ'কণ্ট্ৰলাৰ-আধাৰিত বহু সৰঞ্জাম আৰু আন ব্যৱহাৰ্য্য বস্তু নিৰ্মাণ কৰে। [1]
Arduino is common term for a software company, project, and user community that designs and manufactures computer open-source hardware, open-source software, and microcontroller-based kits for building digital devices and interactive objects that can sense and control physical devices.[1]


পূৰ্বতে সঠিক অৱস্থাত সজ্জিত বা নিজে সজাই ল'ব পৰা ৰূপত আৰ্ডুইন'ৰ কিট কীবলৈ পোৱা যায়। আডাফ্ৰুইট ইণ্ডাষ্ট্ৰিজৰ অনুমানৰ মতে, ২০১১ৰ মাজলৈ ৩ লাখতকৈ অধিক আৰ্ডুইন' নিৰ্মিত হৈছিল।[2] আৰু ২০১৩ত ৭০০০০০ ফলক ব্যৱহৃত হৈছিল[3]
Arduino boards are available commercially in preassembled form, or as do-it-yourself kits. The hardware design specifications are openly available, allowing the Arduino boards to be produced by anyone. Adafruit Industries estimated in mid-2011 that over 300,000 official Arduinos had been commercially produced,[2] and in 2013 that 700,000 official boards were in users' hands.[3]

আনুষ্ঠানিক ফলকসমূহ
Official boards

প্ৰথমে ইটালিৰ স্মাসস্ট প্ৰজেক্টছে আৰ্ডুইন' হাৰ্ডৱেৰ নিৰ্মাণ কৰিছিল।
The original Arduino hardware was produced by the Italian company Smart Projects.[12] Some Arduino-branded boards have been designed by the American companies SparkFun Electronics and Adafruit Industries.[13] As of 2016[update], 17 versions of the Arduino hardware had been commercially produced.

'''১৭২৯''' বা '''হাৰ্ডি-ৰামানুজন সংখ্যা''' [[১৭২৮]]ৰ পিছৰ আৰু [[১৭৩০]]ৰ আগৰ স্বাভাৱিক সংখ্যা। ব্ৰিটিছ গণিতজ্ঞ হাৰ্ডি এবাৰ চিকিৎসালয়লৈ ভাৰতীয় গণিতজ্ঞ ৰামানুজনক লগ কৰিবলৈ গ'ল আৰু তেতিয়াই ৰামানুজনে এই সংখ্যাৰ বিশেষত্ব দাঙি ধৰিলে। হাৰ্ডিৰ ভাষাৰে :[1][2][3] [4] "মোৰ তেওঁক এবাৰ পুটনিত তেওঁৰ বেমাৰ হোৱাত চাবলৈ যোৱাৰ কথা মনত পৰে। মই টেক্সি কেব নং '১৭২৯'এৰে গৈছিলো আৰু মন কৰিলো যে সংখ্যাটো নিৰস আৰু আশা কৰিলো যে সেয়া অশকুন নহওক। "নহয়," তেওঁ উত্তৰ দিলে, "এয়া এটি অতিকৈ সৰস সংখ্যা, এয়া দুই ধৰণেৰে ঘনকৰ যোগফল হিচাপে দেখুৱাব পৰা সবাটোকৈ সৰু সংখ্যা।"
1729 is the natural number following 1728 and preceding 1730. 1729 is the Hardy–Ramanujan number after a famous anecdote of the British mathematician G. H. Hardy regarding a visit to the hospital to see the Indian mathematician Srinivasa Ramanujan. In Hardy's words:[1][2][3] [4]

২ ধৰণ হ'ল:
The two different ways are:

১৭২৯ = ১<sup>৩</sup> + ১২<sup>৩</sup> = ৯<sup>৩</sup> + ১০<sup>৩</sup>
1729 = 13 + 123 = 93 + 103

এই উক্তি কেতিয়াবা "ধনাত্মক ঘন" সংজ্ঞা ব্যৱহাৰ কৰিও লিখা হয়, কাৰণ [[০]]তকৈ সৰু সংখ্যাৰ ঘন ব্যৱহাৰ কৰিলে [[৯১]]হে তেনে সবাটোকৈ সৰু সংখ্যাফিচাপে ওলায়, ৯=৬^৩+(-৫)^৩=৪^৩+৩^৩। ৯১ পিচে ১৭২৯ৰ গুণনীয়ক।
The quotation is sometimes expressed using the term "positive cubes", since allowing negative perfect cubes (the cube of a negative integer) gives the smallest solution as 91 (which is a divisor of 1729):

ঘনৰ যোগফল হিচাপে ২ ধৰণে দেখুৱাব পৰা সংখ্যাসমূহক 'টেক্সিকেব সংখ্যা' বুলি কোনো কোনোৱে কয় যদিও এই ঘটনাৰ পূৰ্বৰ ১৬৫৭ চনৰ ৰামানুজনৰ এখন ডায়েৰীতো এই সংখ্যাৰ উল্লেখ আছে। এই কথা [[ফ্ৰেনিক্ল ডে বেচি]]য়ে আঙুলিয়াইছিল।
Numbers that are the smallest number that can be expressed as the sum of two cubes in n distinct ways[5] have been dubbed "taxicab numbers". The number was also found in one of Ramanujan's notebooks dated years before the incident, and was noted by Frénicle de Bessy in 1657.

একে প্ৰকাশেই ১৭২৯ক "ফাৰ্মেট নিয়েৰ মিছেছ"ৰ প্ৰথম সংখ্যা কৰিছে। যাক 1 + z^3ৰ ৰুপত লিখিব পৰা যায়।
The same expression defines 1729 as the first in the sequence of "Fermat near misses" (sequence A050794 in OEIS) defined as numbers of the form 1 + z3 which are also expressible as the sum of two other cubes.

আন গুণ
Other properties

* ৩য় কাৰ্মিকেল সংখ্যা আৰু স্ফেনিক সংখ্যা * জেইজেল সংখ্যা, চেণ্টাৰ্ড কিউব সনখ্যা, ডো'ডেকাগনেল (দ্বাদশভুজীয়) সংখ্যা, ৮৪-গনেল সংখ্যা। * দশমিক, হেক্সাডেচিমেল আৰু অক্টেল সংখ্যা প্ৰণালীত ই এক হৰ্চদ সংখ্যা, ই নিজৰ ডিজিটসমূহৰ যোগফলৰ দ্বাৰা বিভাজ্য * ট্ৰেন্সেণ্ডেল সংখ্যা eৰ দশমিক বিস্তাৰত ১৭২৯ সংখ্যাক ডেচিমেল ডিগিটৰ পাছৰপৰা বিশেষ কিছু গুণ দেখা যায়
1729 is also the third Carmichael number and the first absolute Euler pseudoprime. It is also a sphenic number.

মাচাহিক' ফুজিৱাৰাই প্ৰকাশ কৰিছিল যে ১৭২৯ ১, ৮১, ১৪৫৮ আৰু ১৭২৯ৰ গোটৰ অংগ, এই বাবে যে এই সংখ্যাৰ ডিজিটসমূহ যোগ কৰি সেই যোগফল যোগফলটোৰ ডিজিটসমূহ বিপৰীত ক্ৰমত সাজিলে লাভ কৰা সংখ্যাৰ লগত পূৰণ কৰিলে পুনৰ প্ৰথম সংখ্যা পোৱা যায়।
Masahiko Fujiwara showed that 1729 is one of four positive integers (with the others being 81, 1458, and the trivial case 1) which, when its digits are added together, produces a sum which, when multiplied by its reversal, yields the original number:

ফেন মনীষ শৰ্মাৰ দ্বাৰা পৰিচালিত ২০১৬ চনৰ এখন হিন্দী ৰোমাঞ্চকৰ বোলছবি। শ্বাহৰুখ খান এই বোলছবিৰ মুখ্য অভিনেতা।[4][5] এই ছবিৰ প্ৰযোজনা আদিত্য চোপ্ৰাৰ, যশ ৰাজ ফিল্মছৰ বেনাৰত। এই ছবি এক অভিৰত অনুৰাগীৰ বিষয়ে, যি প্ৰায় তেওঁৰ দৰেই দৃশ্যমান এগৰাকী তাৰকাৰ অনুৰাগী।[6] চাউণ্ডট্ৰেক আল্বাম আৰু অৰিজিনেল স্ক'ৰ ক্ৰমত বিশ্বাল-শ্বেখৰ আৰু এণ্ড্ৰিয়া গুৱেৰাৰ।[7] ছবিখনে ১৫ এপ্ৰিল ২০১৬ চনত মুক্তি লাভ কৰে।
Fan is a 2016 Indian thriller film directed by Maneesh Sharma and featuring Shah Rukh Khan in the lead role.[4][5] The film is produced by Aditya Chopra under the banner of Yash Raj Films, and tells the story of an obsessive fan of a star who looks just like the fan.[6] The soundtrack album and original score are composed by Vishal–Shekhar and Andrea Guerra respectively.[7] The film was released on 15 April 2016.

চৰিত্ৰসমূহ
Cast

আৰ্য়ন খান্না আৰু গৌৰৱ চন্দনাৰ চৰিত্ৰত শ্বাহৰুখ খান ৱালুচ্ছা ডে চুজাৰ[9][10] চৰিত্ৰত গৌৰী খান চান্যানী গুপ্তা, আৰ্য়ানৰ ব্যক্তিগত সহায়কৰ চৰিত্ৰত শ্ৰিয়া পিংগ'ৱানকাৰ নেহাৰ চৰিত্ৰত দীপিকা আমিন গৌৰৱৰ মাতৃৰ চৰিত্ৰত য়'গেন্দ্ৰ টিকু গৌৰৱৰ পিতৃৰ চৰিত্ৰত মেঘা গুপ্তা ইন্দ্ৰনীল ভট্টাচাৰ্য় আৰ্য়নৰ উকীলৰ চৰিত্ৰত
Shah Rukh Khan as Aryan Khanna / Gaurav Chandna (Dual role) Waluscha de Sousa[9][10] as Gauri Khanna Sayani Gupta[11] as Aryan's PA Shriya Pilgaonkar[12] as Neha Deepika Amin as Gaurav's mother Yogendra Tiku as Gaurav's father Megha Gupta Indraneel Bhattacharya as Aryan's lawyer

নিৰ্মাণ
Production

বিকাশ
Development

১৬ ডিচেম্বৰ ২০১৩ চনত যশ ৰাজ ফিল্মছে প্ৰকাশ কৰিলে যে তেওঁলোকে শ্বাহৰুখ খানক মুখ্য অভিনেতা হিচাপে লৈ, মনীষ শৰ্মাৰ পৰিচালনাত এখন ছবি নিৰ্মাণ কৰিব। [13] ২৫ মাৰ্চ ২০১৪ চনত ঘোষণা কৰা হ'ল যে গ্ৰেগ কেনমে শ্বাহৰুখক চৰিত্ৰানুযায়ী সজাব। ৩ডি স্কেনিং কৰা হ'ল শ্বাহৰুখ খানৰ। বাতৰি পোৱা গ'ল যে শ্বাহৰুখে ১৭ বছৰীয়া ল'ৰাৰ অভিনয় কৰিব, পিচে শ্বাহৰুখ সেই বাতৰি অসত্য বুলি প্ৰকাশ কৰিলে।
On 16 December 2013, Yash Raj Films announced the project with Shah Rukh Khan as the main lead and Maneesh Sharma as the director.[13] On 25 March 2014, it was announced that Greg Cannom is going to develop the look of Khan in the film.[14] Khan underwent 3D scanning for his look as a young boy.[15] Though it had at one time been reported that Khan was scheduled to play a 17-year-old boy in the film,[16] Khan later denied the claim.[17]

চিত্ৰ গ্ৰহণ
Filming

জুলাই ২০১৪ চনত চিত্ৰ গ্ৰহণৰ মূল কাম আৰম্ভ হ'ল। ছবিখন মুম্বাই, ক্ৰ'চিয়া, লণ্ডন আৰু দিল্লীত তোলা হ'ল।[18][18][19] এয়ে লণ্ডনৰ মেডেম টুচডত চিত্ৰিত প্ৰথম বোলছবি।[20] ৭ আগষ্ট ২০১৫ চনত ছবিখনৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰা হ'ল।[21][22]
Principal photography of the film began in July 2014.[18] The film was shot in Mumbai, Croatia, London and Delhi.[19] The film is the first ever to be shot at the Madame Tussauds in London.[20] On 7 August 2015, it was announced that the filming of the project was completed.[21][22]

২৯ ফেব্ৰুৱাৰী ২০১৬ চনত ছবিখনৰ থিয়াট্ৰিকেল ট্ৰেইলাৰ মুক্ত হ'ল।
Khan at the film's theatrical trailer release on 29 February 2016.

ফেন ছবিখন ২০১৫ চনৰ আগ ভাগত মুক্ত হোৱাৰ কথা আছিল যদিও হেপ্পি নিউ য়েৰৰ শ্বুটিঙত খানে পোৱা আহাটৰ বাবে সেয়া নহ'ল। ২০১৫ চনৰ ১৪ আগষ্টলৰ দিন ধাৰ্য কৰা হ'ল।.[6][23] পিচে জটিল দ্ৰৈশ্চিক প্ৰভাৱাদিৰ ব্যৱহাৰৰ বাবে সেই তাৰিখলৈকেও কাম সম্পূৰ্ণ নহ'ল।.[24] অন্তত, ১৫ এপ্ৰিল ২০১৬ চনত এই ছবিয়ে মুক্তি লাভ কৰিলে।.[25]
Fan was scheduled to release in early 2015, but owing to the injuries sustained by Khan during the filming of Happy New Year, the film's release date was postponed to 14 August 2015.[6][23] The post-production work involving complex visual effects pushed the release of Fan once again to early 2016.[24] After several delays, the film released on 15 April 2016.[25]

বিপণন
Marketing

২৩ অক্টোবৰ ২০১৫ চনত, নিজৰ প্ৰকাৰৰ প্ৰথম, শ্বাহৰুখৰ প্ৰকৃত অনুৰাগী বা 'ফেন'ৰ স্থিৰচিত্ৰৰ কলাজ সম্বলিত ল'গ' মুক্ত কৰা হয়।.[26]
The logo of the film, the first of its kind with a collage of pictures of Khan's real fans, was released on 23 October 2015.[26]

অধিক পঢ়ক
Further reading

সাম্যবাদী সমাজ বা সাম্যবাদী প্ৰণালী সমাজ তথা আৰ্থনৈতিক প্ৰণালীৰ এক প্ৰকাৰ, যাক নিৰ্মাণ বলত প্ৰযুক্তিৰ বিকাশে সৃষ্টি কৰিব বুলি মাৰ্ক্সবাদী চিন্তাধাৰাত অনুমান কৰা হয়। সাম্যবাদী সমাজত উৎপাদনৰ মাধ্যম সৰ্বসাধাৰণৰ অধীন আৰু সকলোৱে মুক্তভাৱে উৎপাদিত সামগ্ৰীসমূহ লাভ কৰিব পাৰে।[1][2] এই সমাজ বৰ্গহীন আৰু চৰকাৰহীন।[3] এই সমাজত সেয়েহে শ্ৰমিকক শোষণ কৰা নহয়।. নিজৰ ক্ৰিটিক অৱ গথা প্ৰগ্ৰেমত কাৰ্ল মাৰ্ক্সে বিকাশৰ এই স্তৰক উচ্চ-স্তৰীয় সাম্যবাদ আখ্যা দিছে।.[4]
A communist society or communist system is the type of society and economic system postulated to emerge from technological advances in the productive forces in Marxist thought, representing the ultimate goal of the political ideology of Communism. A communist society is characterized by common ownership of the means of production with free access[1][2] to the articles of consumption and is classless and stateless,[3] implying the end of the exploitation of labor. In his Critique of the Gotha Programme Karl Marx referred to this stage of development as upper-stage communism.[4]

সাম্যবাদ আৰ্থ-সামাজিক বিকাশৰ এক স্তৰ য'ত ভৌতিক স্মপদৰ উভৈনদী দেখা যায়, কোৱা হয় উৎপাদন প্ৰযুক্তিৰ বিকাশ আৰু সমসাময়িকভাৱে উৎপাদনৰ সামাজিক সম্বন্ধৰ পৰিৱৰ্তনৰ বাবে। ই প্ৰয়োজন-ভিত্তিক বিতৰণ আৰু মুক্ত-সহযোগী ব্যক্তিত্বৰ ওপৰত আধাৰিত সামাজিক সম্বন্ধ সম্ভৱপৰ হৈ উঠিব।.[4][5]
Communism is a specific stage of socioeconomic development predicated upon a superabundance of material wealth, which is postulated to arise from advances in production technology and corresponding changes in the social relations of production. This would allow for distribution based on need and social relations based on freely-associated individuals.[4][5]

"সাম্যবাদী সমাজ" বা "কমিউনিষ্ট চচাইটি" পশ্চিমীয়া চিন্তাধাৰাৰ "সাম্যবাদী ৰাজ্য" বা "কমিউনিষ্ট ষ্টেট"ৰ সৈতে একে নহয়। সাম্যবাদী ৰাজ্যই মাৰ্ক্সবাদী-লেনিনবাদী আদৰ্শৰ নামত শাসন কৰা কোনো ৰাজনৈতিক দলৰ দ্বাৰা শাসিত ৰাজ্যকহে বুজাই।[6][7]
The term "communist society" should be distinguished from the Western concept of the "communist state", the latter referring to a state ruled by a party which professes a variation of Marxism–Leninism.[6][7]

অৰ্থনীতি
Economic aspects

সাম্যবাদী প্ৰণালীক আগবঢ়া প্ৰযুক্তিৰে চিহ্নিত কৰা যাব যিয়ে ভৌতিক যথেষ্টতা আনে। ই প্ৰায় বা সকলো উৎপাদিত সামগ্ৰীৰ মুক্ত বিতৰণ সম্ভৱপৰ কৰি তুলিব। সৰ্বসাধাৰণে এই উৎপাদনৰ মাধ্যমৰ গৰাকী হ'ব। এই ক্ষেত্ৰত সাম্যবাদ সমাজবাদতকৈ পৃথক। সমাজবাদত আৰ্থনৈতিক প্ৰয়োজনৰ বাবে অৱদানৰ ওপৰত ভিত্তি কৰিহে উৎপাদিত সামগ্ৰী ভাগ কৰা হয়।[8]
A communist economic system would be characterized by advanced productive technology that enables material abundance, which in turn would enable the free distribution of most or all economic output and the holding of the means of producing this output in common. In this respect communism is differentiated from socialism, which, out of economic necessity, restricts access to articles of consumption and services based on one's contribution.[8]

সাম্যবাদত পুঁজিবাদৰ দৰে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানে সম্পদ দখল নকৰিব, আৰু সমাজবাদৰ দৰে ৰাজহুৱা বা ক'অপাৰেটিভসমূহেও সম্পদৰ মুক্ত বিতৰণত বাধা নিদিব। তাৰ বিপৰীতে সাম্যবাদী সমাজত সামগ্ৰীৰ উভৈনদীৰ বাবে আৰ্থনৈতিকভাৱে উৎপাদনৰ মাধ্যম বা সম্পত্তি নিজৰ বাবে দখল কৰাৰ কোনো যুক্তিয়েই নাথাকিব।
In further contrast to previous economic systems, communism would be characterized by the holding of natural resources and the means of production in common as opposed to them being privately owned (as in the case of capitalism) or owned by public or cooperative organizations that similarly restricts their access (as in the case of socialism). In this sense, communism involves the "negation of property" insofar as there would be little economic rationale for exclusive control over production assets in an environment of material abundance.[9]

কাৰ্ল মাৰ্ক্সৰ মতে সমাজবাদী সমাজৰপৰা সাম্যবাদী সমাজলৈ গতি কৰিব পাৰি। সমজুৱাকৈ চালিত উৎপাদন প্ৰণালীৰ সমাজখনে প্ৰযুক্তিৰ উন্নতি সাধন কৰি অধিকতকৈ অধিক কাৰ্য স্বচালিত কৰি অধিকতকৈ অধিক উৎপাদিত সামগ্ৰী মুক্তভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰিব পাৰে আৰু ই এক সম্পূৰণ সাম্যবাদী সমাজ গঢ়াৰ দিশত অগ্ৰসৰ হ'ব।[10]
The fully developed communist economic system is postulated to develop from a preceding socialist system. Marx held the view that socialism—a system based on social ownership of the means of production—would enable progress toward the development of fully developed communism by further advancing productive technology. Under socialism, with its increasing levels of automation, an increasing proportion of goods would be distributed freely.[10]

সাম্যবাদ পুঁজিবাদ কাৰ্ল মাৰ্ক্স
Common ownership Commons-based peer production Digital commons (economics) Anarcho-communism Lower-stage communism Marxism Open source Post-scarcity economy Socialization (economics) Technological determinism

এয়া সম্পদৰ বিতৰণৰ আধাৰত দেশসমূহৰ তালিকা। , গিনি সহগক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকা 'আয়ৰ সমতা'ৰ ওপৰত আধাৰিত নহয়, 'সম্পদৰ সমতা'ৰ ওপৰতহে আধাৰিত। গিনি সহগে অসমতা প্ৰদৰ্শন কৰে। গিনি সহগ ০ৰপৰা ১লৈকে থাকে। অধিক গিনি সহগে অধিক অসমতা বুজাই। ০ হ'ল সকলোৱে সমান সম্পদ দখল কৰিলে প্ৰদৰ্শিত সহগৰ মূল্য আৰু ১ হ'ল সকলো সম্পদ এজনে দখল কৰা আৰু আন সকলোৱে সম্পদ দখলেই নকৰাৰ অৱস্থাত প্ৰদৰ্শিত সহগৰ মূল্য।
This is a list of countries by distribution of wealth, including Gini coefficients. Wealth distribution can vary greatly from income distribution in a country. See: List of countries by income equality.

বিশ্বৰ ১০ শতাংশ লোকে ৭১ শতাংশ সম্পদ দখল কৰে। সেয়ে বিশ্বৰ সম্পদৰ গিনি সহগ ০.৮০৪, ই অতিকৈ অধিক[1]
Higher Gini coefficients signify greater inequality in wealth distribution, with 1 being complete inequality and 0 being complete equality. "The top 10 percent owned 71 percent of world wealth, and the Gini coefficient for the global distribution of wealth is estimated to be 0.804, indicating greater inequality than that observed in the global distribution of consumption or income."[1]

তলৰ তালিকা ২০০০ৰ পাৰ্চেচিং পাৱাৰ পেৰিটি ডলাৰৰ ওপৰত আধাৰিত। এই তালিকা ২০০৮ৰ নেচনেল ব্যুৰ' অৱ ইক'নমিক ৰিচাৰ্চৰ ওপৰত আধাৰিত।
The table below is for 2000, and is based on Purchasing power parity (PPP) dollars, based on a 2008 working paper published by the National Bureau of Economic Research.

টোকাTবুটাম ব্যৱহাৰ কৰি তালিকাখনৰ ক্ৰম বিভিন্ন ধৰণে সলাব পাৰি। এবাৰ টিপিলে যি ক্ৰমত প্ৰদৰ্শন কৰা হয়, দুবাৰ টিপিলে তাৰ বিপৰীত ক্ৰমত। এই তালিকা জনসংখ্যাৰ ওপৰত আধাৰিত, বয়সস্থৰ ওপৰত আধাৰিত, বিশ্ব জনসংখ্যাৰ শতাংশৰ ওপৰত আধাৰিত, বয়সস্থৰ জনসংখ্যাৰ শতাংশৰ ওপৰত আধাৰিত, জনমূৰি সম্পদৰ ওপৰত আধাৰিত, প্ৰতি বয়সস্থৰ সম্পদৰ ওপৰত আধাৰিত, বিশ্ব সম্পদৰ শতাংশৰ ওপৰত আধাৰিত, জনমূৰি জিডিপিৰ ওপৰত আধাৰিত, বিশ্ব জিডিপিৰ শতাংশৰ ওপৰত আধাৰিত, সম্পদ জিনিৰ ওপৰত আধাৰিত ক্ৰমত সজাব পাৰি । তেনে কৰিবলৈ প্ৰতিটোৰে ঠিয় শাৰীৰ প্ৰথম শৰত থকা বুটাম টিপিলে হ'ব।
Click again to reverse the order of sorting. The list can be displayed in numerical order by clicking the button at the top of a number column. The table can be put in forward or reverse alphabetical order by clicking the sort button at the top of the country column.

চন্দ্ৰ বা জোন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। চন্দ্ৰ সৌৰজগতৰ বৃহৎ উপগ্ৰহসমূহৰ অন্যতম, আৰু গ্ৰহৰ আকাৰ আৰু উপগ্ৰহৰ আকাৰৰ অনুপাতৰ ক্ষেত্ৰত সৌৰজগৰ ভিতৰতে সৰ্ববৃহৎ।
The Moon is Earth's only natural satellite. It is one of the largest natural satellites in the Solar System, and the largest among planetary satellites relative to the size of the planet that it orbits (its primary). It is the second-densest satellite among those whose densities are known (after Jupiter's satellite Io).

চন্দ্ৰৰ উৎপত্তি প্ৰায় ৪৫০ কোটি বৰ্ষৰ পূৰ্বে হোৱা বুলি ধাৰণা কৰা হয়। চন্দ্ৰৰ উৎপত্তিৰ বিষয়ে বিভিন্ন জনে অনুমান কৰিছে। সবাটোকৈ জনপ্ৰিয় অনুমান হ'ল যে ই পৃথিৱী আৰু মংগল গ্ৰহৰ সমান ডাঙৰ গ্ৰহ থেইয়াৰ সংঘৰ্ষৰ বাবে সৃষ্ট ডেব্ৰিৰপৰা সৃষ্ট
The Moon is thought to have formed approximately 4.5 billion years ago, not long after Earth. There are several hypotheses for its origin; the most widely accepted explanation is that the Moon formed from the debris left over after a giant impact between Earth and a Mars-sized body called Theia.

ফেনাৰণ (গ্ৰীক φανερός phaneros "যাক চাব পাৰি" বা "যাক দেখুৱাব পাৰি") হ'ল আমাৰ জ্ঞান ইন্দ্ৰীয়সমূহে (দেখা, শুনা আদিৰ দ্বাৰা) আমাক দেখুৱা বাস্তৱ বিশ্বৰ ৰূপ।
The phaneron (Greek φανερός phaneros "visible, showable") is essentially the real world filtered by our sensory input (sight, hearing, touch, etc.).

শব্দৰ উৎস
Origin of the term

এই শব্দ সৰ্বপ্ৰথম চাৰ্লছ চেণ্ডাৰ্ছ পায়াৰ্ছে ব্যৱহাৰ কৰিছিল: ফেনাৰণৰ দ্বাৰা মই বুজাব বিচাৰো আমাৰ মনত উপস্থাপন কৰা হয় কোনো উপায় বা কোনো অনুভূতিৰে, প্ৰকৃততে ই কোনো বাস্তৱ বস্তুৰ সৈতে মিলক বা নিমিলক যদি আপুনি প্ৰশ্ন কৰে কেতিয়া, আৰু কাৰ মনত উপস্থিত, মই উত্তৰ দিও যে মই সেই প্ৰশ্নসমূহ নিৰুত্তৰকৈ এৰো, কেতিয়াও এই কথাত সন্দেহ মনোৰঞ্জিত নকৰি যে সেয়া সকলো যি বৈশিষ্ট্য মই পাইছো সেয়া সকলো সময়ত সকলো মনত উপস্থিত।" [1]
The term was coined by Charles Sanders Peirce: "By the phaneron I mean the collective total of all that is in any way or in any sense present to the mind, quite regardless of whether it corresponds to any real thing or not. If you ask present when, and to whose mind, I reply that I leave these questions unanswered, never having entertained a doubt that those features of the phaneron that I have found in my mind are present at all times and to all minds." [1]

মিচিং বা ভৈয়ামৰ মিৰি বা তাকাম এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। মিচিং আগম কেবাং মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।
Mishing, also known as Plains Miri and Takam, is a Tani language spoken by the Mishing people. There are over 500,000 speakers, who inhabit mostly the Lakhimpur, Sonitpur, Dhemaji, Dibrugarh, Sibsagar, Jorhat, Golaghat, Tinsukia districts of Assam. The primary literary body of Mishing is known as 'Mishing Agom Ke'bang'.

ভৌগোলিক বিতৰণ
Geographical distribution

ভৈয়ামৰ মিৰি অসমত বাস কৰাৰ বিপৰীতে পাহাৰৰ মিৰি অৰুণাচলত বাস কৰে।
Ethnologue gives the following locations for Mising speakers. The Hill Miri live in Arunachal Pradesh, while the Plains Miri live in Assam.

অসম: উত্তৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট আৰু তিনিচুকীয়া জিলা অৰুণাচল প্ৰদেশ: পাচিঘাট, কমলা নৈৰ দুয়ো পাৰত জিৰোত, ল'ৱাৰ সোৱণসিৰি জিলা ডাপ'ৰিজ', আপাৰ সোৱণসিৰি
Assam: North Lakhimpur, Sonitput, Dhemaji, Dibrugarh, Sibsagar, Jorhat, Golaghat, and Tinsukia districts Arunachal Pradesh A few villages near Pasighat, on both sides of Kamla river in Ziro subdivision, Lower Subansiri district Daporizo subdivision, Upper Subansiri district

মিচিং ভাষা
Mishing language

দা চাইনপ'ষ্ট (পূৰ্বতে দা ৱিকিপিডিয়া চাইনপ'ষ্ট)[1] ইংৰাজী ৱিকিপিডিয়াৰ বাতৰি কাকত।[2][3][4] ৱিকিপিডিয়া সমাজৰ দ্বাৰা চালিত এই অনলাইন সাপ্তাহিক বাতৰিকাকতখন ৱিকিপিডিয়াৰ সদস্যসকলৰ সহায়ত প্ৰকাশ কৰা হয়।[2][5] বাতৰি কাকতখনত ৱিকিপিডিয়া সমাজ, ৱিকিপিডিয়া সম্বন্ধীয় ঘটনা, আৰ্ব্ৰিটেচন কমিটীৰ ৰুলিংসমূহ[6] ৱিকিমিডিয়া ফাউণ্ডেচনৰ ঘটনাৱলী[7], আৰু আন আন ৱিকিপিডিয়া সম্বন্দীয় প্ৰকল্পৰ বিষয়ে বাতৰি আদি প্ৰকাশ কৰা হয়।
The Signpost (formerly The Wikipedia Signpost[1]) is the English Wikipedia's newspaper.[2][3][4] Managed by the Wikipedia community, it is published online weekly with contributions from many Wikipedia editors.[2][5] The newspaper reports on the Wikipedia community and events related to Wikipedia, including Arbitration Committee rulings,[6] Wikimedia Foundation issues,[7] and other Wikipedia-related projects.[8]

এই কাকতক জানুৱাৰী ২০০৫ চনত ৱিকিপিডিয়া প্ৰশাসক মাইকেল স্ন'ৱে প্ৰতিষ্ঠা কৰিছিল।[2][9] পূৰ্বতে দা ৱিকিপিডিয়া চাইনপ'ষ্ট নামেৰে জনাজাত এই কাকতখনৰ নাম চুটি কৰি দা চাইনপ'ষ্ট কৰা হ'ল।[1][10] স্ন'ৱে ফেব্ৰুৱাৰী ২০০৮ চনত তেঁণৰ নাম ৱিকিমিডিয়া ব'ৰ্ড অৱ ট্ৰাষ্টীজত যোগ হোৱালৈকে বৰঙণি আগ বঢ়ালে।
It was founded in January 2005 by Wikipedia administrator Michael Snow.[2][9] Originally called The Wikipedia Signpost, the newspaper's title was later shortened to The Signpost.[1][10] Snow continued as a contributor until his February 2008 appointment to the Wikimedia Foundation Board of Trustees.[11]