প্ৰভাত মুখাৰ্জী এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু গ্ৰন্থ ৰচয়িতা আছিল। তেওঁ বঙালী, অসমীয়া, উৰিয়া আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত কাম কৰিছে।
Prabhat Mukherjee (Bengalisch: প্রভাত মুখার্জী, Prabhāt Mukhārjī; * 1917; † 1997)[1] war ein indischer Schauspieler, Filmregisseur und Buchautor. Er schuf Filme in den Sprachen Bengalisch, Assamesisch, Oriya und Hindi.


পৰিচালক ৰূপে
als Regisseur

1956: মা 1957: মমতা ১৯৫৮: পূবেৰুণ (অসমীয়া) 1959: Bicharak 1960: Akash-Patal 1962: Dasyu Ratnakara 1962: Nua Bou 1963: Jeevana Sathi 1964: Manikajodi 1964: Sadhana 1965: Debatar Deep 1972: Shayar-e-Kashmir Mahjoor 1973: Chimni Ka Dhuan 1973: Sonal 1975: Bandi Bidhata 1978: Tushar Tirtha Amarnath
1956: Maa 1957: Mamata 1958: Puberan 1959: Bicharak 1960: Akash-Patal 1962: Dasyu Ratnakara 1962: Nua Bou 1963: Jeevana Sathi 1964: Manikajodi 1964: Sadhana 1965: Debatar Deep 1972: Shayar-e-Kashmir Mahjoor 1973: Chimni Ka Dhuan 1973: Sonal 1975: Bandi Bidhata 1978: Tushar Tirtha Amarnath

বাহ্যিক সংযোগ
Weblinks

তথ্য উৎস
Einzelnachweise

মুখাৰ্জীৰ কৰ্মজীৱনৰ আৰম্ভণি আকাশবাণী যোগে। ১৯৫০ত বঙালী চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে। ১৯৫৬ত প্ৰথম ছবি মা পৰিচালনা কৰিছিল। তেওঁৰ পত্নী অৰুন্ধতী দেৱীয়ে এই ছবিত ভূমুকি মাৰিছিল। মুখাৰ্জীয়ে পশুপতি চেতাৰ্জীৰ ষোড়শী (১৯৫৪) ছবিত অভিনেতা হিচাপে তেওঁৰ সৈতে দুয়ো একেলগে কাম কৰিছিল। কিন্তু তেওঁলোকৰ যুগ্মজীৱন বেছিদিন নিটিকিল। ১৯৫৭ চনত অৰুন্ধতীয়ে বাৰ্লিন চলচ্চিত্ৰ মহোংসৱত পৰিচালক তপন সিনহাক লগ পায় আৰু পিছলৈ দুয়ো বিবাহপাশত আবদ্ধ হয়। ১৯৬০লৈকে মুখাৰ্জীয়ে আৰু তিনিখন ছবি পৰিচালনা কৰিছিল।
In dieser wie auch in den drei weiteren bengalischen Regiearbeiten Mukherjees bis 1960 trat seine Frau Arundhati Mukherjee auf. Mukherjee stand mit ihr bereits zuvor gemeinsam als Schauspieler in Pashupati Chatterjees Shoroshi (1954) und Asit Sens Chalachal (1956) vor der Kamera. In den 1960er Jahren heiratete Arundhati den Regisseur Tapan Sinha.

১৯৫৯ত তেওঁ পৰিচালনা কৰা অসমীয়া ছবি পূবেৰুণে মুক্তি পায়। ছবিখন ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। তেওঁ ছবিখনৰ চিত্ৰনাট্যও লিখিছিল।
1958 drehte Mukherjee den assamesischen Film Puberun, der als erster Film in assamesischer Sprache auf einem internationalen Filmfestival, der Berlinale 1960, gezeigt wurde. Er schrieb auch das Drehbuch zu diesem in Shillong spielenden Filmdrama über Mutterliebe.

১৯৬২ৰ পৰা ১৯৬৪লৈ মুখাৰ্জীয়ে কমেও পাঁচখন উৰীয়া ভাষাৰ ছবি নিৰ্মাণ কৰে। ইয়াৰে এখন দস্যু ৰত্নাকৰ (১৯৬২), যিখন উৰীয়া অভিনেতা প্ৰশান্ত নন্দৰ প্ৰথম ছবি। ১৯৭২ চনত জম্মু আৰু কাশ্মীৰ চৰকাৰে প্ৰযোজনা কৰা মহজুৰ নামেৰে জনাজাত কাশ্মীৰৰ জাতীয় কবি গোলাম আহমদৰ (১৮৮৫-১৯৫২) জীৱনভিত্তিক শ্বায়েৰ-ই-কাশ্মীৰ মহজুৰ পৰিচালনা কৰে। এইখন মুখাৰ্জীৰ প্ৰথম হিন্দী ছবি। নাম ভূমিকাত বলৰাজ সাহানীয়ে অভিনয় কৰিছিল। ইয়াৰ পিছত মুখাৰ্জীয়ে পুনৰ বঙালী ভাষাৰ ছবিলৈ ঘূৰি অহাৰ মাজৰচোৱা সময়ত আৰু দুখন হিন্দী ছবিৰ কাম কৰে।
Von 1962 bis 1964 führte Mukherjee Regie bei mindestens fünf Oriya-Filmen, darunter mit Dasyu Ratnakara (1962) beim Filmdebüt von Prashanta Nanda. Mukherjees 1972 von der Regierung Jammu und Kashmirs produzierter Film Shayar-e-Kashmir Mahjoor über den kaschmirischen Nationaldichter Ghulam Ahmad, genannt Mahjoor, (1885–1952) war sein erster Film in Hindi. Die Titelrolle übernahm Balraj Sahni.

দ্বিতীয় বিবাহো ব্যৰ্থ হোৱাৰ পিছত মুখাৰ্জী শিৰডীলৈ যায়। সাই বাবাৰ শিকনিসমূহ গ্ৰহণ কৰি শিৰডীত মুক্তি নামেৰে বঙালী ভাষাত এখন গ্ৰন্থ লিখে।.[1]
Nach dem Scheitern auch seiner zweiten Ehe ging Mukherjee nach Shirdi, wandte sich dort den Lehren des Sai Baba zu und verfasste darüber in seiner bengalischen Muttersprache das Buch „Redemption at Shirdi“.[2]

চলচ্চিত্ৰপঞ্জী
Filmografie

অভিনেতা ৰূপে
als Schauspieler

1953: Malancha (Regie: Prafulla Roy) 1954: Shoroshi (Regie: Pashupati Chatterjee) 1956: Chalachal (Regie: Asit Sen) 1958: Mahut Bandhu Re (পৰিচালকː ভূপেন হাজৰিকা) 1969: Shonibar (Regie: Barin Saha)
1953: Malancha (Regie: Prafulla Roy) 1954: Shoroshi (Regie: Pashupati Chatterjee) 1956: Chalachal (Regie: Asit Sen) 1958: Mahut Bandhu Re (Regie: Bhupen Hazarika) 1969: Shonibar (Regie: Barin Saha)