"তুমি ক'ত আছা?" "আলজেৰিয়াত।"
「どこにいるの?」「アルジェリアだよ」


"আপুনি ক'ত আছে?" "আলজেৰিয়াত।"
「どこにいるの?」「アルジェリアだよ」

"আপুনি আলজেৰিয়াত আছে নেকি?" "হয়।" "কোন চহৰত?"
「アルジェリア?」「そうだよ」「どんなとこ?」

"আপুনি হাংগেৰিয়ান কিয় পঢ়ি আছে?" "কাৰণ আছে।"
「なぜ、ハンガリー語を勉強してるの?」「そこにあるからさ」

"তুমি হাংগেৰিয়ান কিয় পঢ়ি আছা?" "কাৰণ আছে।"
「なぜ、ハンガリー語を勉強してるの?」「そこにあるからさ」

"গৰুৱে আমাক গাখীৰ দিয়ে আৰু কুকুৰাই কণী।" "আচলতে গৰুৱেও আমাক একো নিদিয়ে আৰু কুকুৰায়ো। আমি সিহঁতৰ সন্মতি নোহোৱাকৈ লৈ লওঁ।"
「牛は私たちにミルクを与え、鶏は私たちに卵を与えます」「実際は、牛も鶏も私たちに何も与えてはいない。私たちは彼らの了解なく取っています」

"কফি?" "ইনষ্টেণ্ট নেকি?" "হয়।" "তেনেহ'লে নালাগে।"
「コーヒー飲む?」「インスタント?」「そうだよ」「なら、いらない」

"Tatoeba মোতকৈ ধুনীয়া নেকি?" "Tatoeba কোনো ছোৱালী নহয়। এইটো এটা ৱেবছাইট।"
「Tatoebaって私より綺麗なの?」「Tatoebaは女の子じゃないよ。ウェブサイトだよ」

"আপুনি কেনেধৰণৰ কিতাপ পঢ়ি আছে?" "উপন্যাস।"
「どんな本を読んでるの?」「小説よ」

"তুমি কেনেধৰণৰ কিতাপ পঢ়ি আছা?" "উপন্যাস।"
「どんな本を読んでるの?」「小説よ」

"মই তোমাৰ অভিধানখন ব্যৱহাৰ কৰিব পাৰোঁনে?" "নিশ্চয়।"
「辞書をお借りしてもよろしいですか?」「もちろんです」

"তুমি কিবা কৈছা নেকি?" "তোমাৰ মতে মই কি ক'লোঁ?"
「何か言った?」「何言ったと思う?」

"আপুনি কিবা কৈছে নেকি?" "আপোনাৰ মতে মই কি ক'লোঁ?"
「何か言った?」「何言ったと思う?」

"কিবা কৈছা?" "তোমাৰ মতে মই কি ক'লোঁ?"
「何か言った?」「何言ったと思う?」

"তুমি কি কৈছা?" "তোমাৰ মতে মই কি ক'লোঁ?"
「何て言ったの?」「何て言ったと思う?」

"কি ক'লা?" "তোমাৰ মতে মই কি ক'লোঁ?"
「何て言ったの?」「何て言ったと思う?」