সি ইটালীয়ান ক'ত শিকিছে?
Lui dove ha imparato l'italiano?


তেওঁ ইটালীয়ান ক'ত শিকিছে?
Lui dove ha imparato l'italiano?

ফৰাচী ইমানো কঠিন নহয়।
Il francese non è poi così difficile.

মই ফে'চবুক বেয়া পাওঁ।
Odio Facebook.

মই গুগল বেয়া পাওঁ।
Odio Google.

তুমি কিয় গুগল বেয়া পোৱা?
Perché odi Google?

আপুনি কিয় গুগল বেয়া পায়।
Perché odi Google?

সি তাৰ জীউ বেচি দিলে নেকি?
Ha venduto la sua anima?