মই তোমাক ভাল পাওঁ।
I love you.


মই তোমাক মৰম কৰো।
I love you.

বৰষুণ দি আছে।
It is raining.

তোমাৰ বিদ্যালয়খন ক’ত আছে?
Where is your school?

তোমাৰ স্কুলখন ক’ত?
Where is your school?

তোমাৰ স্কুলখন ক’ত আছে?
Where is your school?

মই চিগাৰেট খাব পাৰোঁ নে?
May I smoke here?

বতৰটো কেনেকুৱা?
How is the weather?

তোমাক মেছেজ এটা দিবলৈ মোক কোৱা হৈছে।
I was asked to give you a message.

আপুনি কেনে আছে?
How are you?

তুমি কেনে আছা?
How are you?

তই কেনে আছ?
How are you?

আপোনাৰ ভাল নে?
How are you?

আপুনি ভালে আছে নে?
How are you?

তুমি ভালে আছা নে?
How are you?

কি খবৰ?
How are you?

এতিয়া কেইটা বাজিছে?
What time is it?

কেনেকুৱা চলি আছে, ৰঙালাও?
How's it going, pumpkin?

মই তোমাক বেয়া পাওঁ।
I hate you.

মই আপোনাক বেয়া পাওঁ।
I hate you.

মই তোক বেয়া পাওঁ।
I hate you.

মই তোমাক বেয়া পাওঁ!
I hate you!

বৰ্তমান বুৰ্জ খালিফা পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকা।
Burj Khalifa is currently the tallest building in the world.

মই তোমাক ভাল পাইছিলোঁ।
I loved you.

মই এতিয়াও তোমাক বেয়া পাওঁ।
I still hate you.

মই আৰু কাজিয়া লাগিব নোৱাৰোঁ।
I can't fight any longer.

সিহঁতে কাজিয়াটো শেষ হোৱা বিচাৰিছে।
They called for an end to the fighting.

মোৰ কোনো সঁচা পছন্দ নাই।
I don't have any real choice.

মই মোৰ বন্ধুৰ লগত কথা পাতি আছোঁ।
I'm talking to my friend.

১৯৫৭চনত ছোভিয়েট ইউনিয়নে লাইকা নামৰ এজনী কুকুৰক মহাকাশলৈ পঠাইছিলে।
In 1957, the Soviet Union sent a female dog named Laika into space.

পানী জীৱন।
Water is life.

কাছৰ দাঁত নাই।
Turtles don't have teeth.

তুমি সদায় পঢ়িব লাগিব।
You must study every day.

বতৰ সোনকালেই শান্ত হ'বলৈ ধৰিব।
The weather will soon begin to calm down.

মোৰ সোঁকাণৰ পৰা পূঁজ ওলাই আছে।
Pus is coming out of my right ear.

আপুনি কেতিয়াবা ৰোম গৈ পাইছেনে?
Have you ever visited Rome?

তুমি কেতিয়াবা ৰোম গৈ পাইছানে?
Have you ever visited Rome?

নিপুণ!
Hotshot!

অনুগ্ৰহ কৰি নিশ্চিত কৰক।
Please confirm.

কৃপা কৰি সঁহাৰি জনাব।
Please respond.

নহয়, তেওঁ কৰা নাই।
No, she didn't.

নহয়, তাই কৰা নাই।
No, she didn't.

নহয়, তেখেতে কৰা নাই।
No, she didn't.

তুমি তাইক কেতিয়াবা দেখা পাইছানে?
Have you ever seen her?

আপুনি তাইক কেতিয়াবা দেখা পাইছেনে?
Have you ever seen her?

আপুনি তেওঁক কেতিয়াবা দেখা পাইছেনে?
Have you ever seen her?

খাটাংকৈ।
Certainly.

নিশ্চয়কৈ।
Certainly.

থিৰাংকৈ।
Certainly.

নিশ্চয়ে।
Certainly.