# as/2Sw6LF7kVb7H.xml.gz
# tr/2Sw6LF7kVb7H.xml.gz


(src)="1"> হেল্লও আপোনাক স্বাগতম জনাই্ছো আপোনাক জযজযতে স্বাগতম জনাই্ছো ত্ৰিগনমিত্ৰিৰ এই নতুন অধ্যাযতোলই আৰম্ভ্নীতে প্ৰ্থমতে চোৱা যাওক আমিনো এতিযালৈকে কি কৰিলো যোৱা কেইটামান অধ্যাযত আমি শিকিলো কিছুমান শব্দৰ সংজ্ঞা বা অৰ্থ বা আমি কব পাৰো চাইন , কচাইন বা টেনজেন্ট ফাংচনৰ কিছু আংসিক আলোচনা ।
(trg)="1"> Merhaba .
(trg)="2"> Trigonometri hakkındaki sunumu hoş geldiniz . .
(trg)="3"> Başlamadan önce neler yaptık , bir hatırlayalım . .