# as/E8uQz89NVFi4.xml.gz
# mk/E8uQz89NVFi4.xml.gz


(src)="1"> [ Firefox ত নতুন কি ] শেহতীয়া Firefox ৰ সৈতে আপুনি যাবলে বিচৰা স্থানত যোৱাটো এতিয়া সহজ আৰু দ্ৰুত । পুনৰৰূপাঙ্কীত ঘৰ পৃষ্ঠাৰ সৈতে আপুনি এতিয়া আপোনাৰ বৈছিকৈ ব্যৱহাৰ কৰা মেনু বিকল্পসমূহলে অভিগম আৰু গমন কৰা এতিয়া অতি সহজ । ডাউনল´ডসমূহ , পত্ৰচিহ্নসমূহ , ইতিহাস , এড- অনসমূহ , সংমিহলি আৰু সংহতিসমূহৰ নিচিনা । [ নতুন টেব পৃষ্ঠা ] আমি আপোনাৰ টেব পৃষ্ঠালে উন্নয়নসমূহ যোগ কৰিছো । নতুন টেব পৃষ্ঠাৰ সৈতে , আপুনি এতিয়া এটা ক্লিকৰ সৈতে আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বৈছিকৈ ভ্ৰমণ কৰা ছাইটসমূহলে অতি সহজে গমন কৰিব পাৰে । নতুন টেব পৃষ্ঠা ব্যৱহাৰ কৰা আৰম্ভ কৰিবলে , আপোনাৰ ব্ৰাউছাৰৰ উপৰফালে থকা ´+ ' ক্লিক কৰি এটা নতুন টেব সৃষ্টি কৰক । নতুন টেব পৃষ্ঠায় এতিয়া আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বেছিকৈ ভ্ৰমণ কৰা ৱেবছাইটসমূহৰ থাম্বনেইলসমূহ আপোনাৰ ভীষণ বাৰ ইতিহাসৰ পৰা প্ৰদৰ্শন কৰিব । আপুনি এতিয়া আপোনাৰ নতুন টেব পৃষ্ঠা ক্ৰম সলনি কৰিবলে থাম্বনেইলসমূহ টানি স্বনিৰ্বাচন কৰিব পাৰিব । ছাইটক স্থানত লক কৰিবলে পুষপিন ক্লিক কৰক , ´X ' বুটাম এটা ছাইট আতৰাবলে । আপুনি ৰিক্ত নতুন টেব পৃষ্ঠালৈ উভতি যাবলৈ পৃষ্ঠাৰ উপৰ সোঁফালে ´গ্ৰিড´ আইকন ক্লিক কৰিব পাৰিব । শেহতীয়া Firefox প্ৰাপ্ত কৰক আৰু এই নতুন বৈশিষ্টসমূহ আজিয়ে ব্যৱহাৰ কৰা আৰম্ভ কৰক !
(trg)="1"> [ Што е ново во Firefox ]
(trg)="2"> Сега е поленсо и побрзо пристапување било каде со најновата Firefox .
(trg)="3"> Со редизајнирана Почетна Страна сега ќе можете да лесно да пристапите и да стигнете до вашатето мени .