# as/E8uQz89NVFi4.xml.gz
# ko/E8uQz89NVFi4.xml.gz


(src)="1"> [ Firefox ত নতুন কি ] শেহতীয়া Firefox ৰ সৈতে আপুনি যাবলে বিচৰা স্থানত যোৱাটো এতিয়া সহজ আৰু দ্ৰুত । পুনৰৰূপাঙ্কীত ঘৰ পৃষ্ঠাৰ সৈতে আপুনি এতিয়া আপোনাৰ বৈছিকৈ ব্যৱহাৰ কৰা মেনু বিকল্পসমূহলে অভিগম আৰু গমন কৰা এতিয়া অতি সহজ । ডাউনল´ডসমূহ , পত্ৰচিহ্নসমূহ , ইতিহাস , এড- অনসমূহ , সংমিহলি আৰু সংহতিসমূহৰ নিচিনা । [ নতুন টেব পৃষ্ঠা ] আমি আপোনাৰ টেব পৃষ্ঠালে উন্নয়নসমূহ যোগ কৰিছো । নতুন টেব পৃষ্ঠাৰ সৈতে , আপুনি এতিয়া এটা ক্লিকৰ সৈতে আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বৈছিকৈ ভ্ৰমণ কৰা ছাইটসমূহলে অতি সহজে গমন কৰিব পাৰে । নতুন টেব পৃষ্ঠা ব্যৱহাৰ কৰা আৰম্ভ কৰিবলে , আপোনাৰ ব্ৰাউছাৰৰ উপৰফালে থকা ´+ ' ক্লিক কৰি এটা নতুন টেব সৃষ্টি কৰক । নতুন টেব পৃষ্ঠায় এতিয়া আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বেছিকৈ ভ্ৰমণ কৰা ৱেবছাইটসমূহৰ থাম্বনেইলসমূহ আপোনাৰ ভীষণ বাৰ ইতিহাসৰ পৰা প্ৰদৰ্শন কৰিব । আপুনি এতিয়া আপোনাৰ নতুন টেব পৃষ্ঠা ক্ৰম সলনি কৰিবলে থাম্বনেইলসমূহ টানি স্বনিৰ্বাচন কৰিব পাৰিব । ছাইটক স্থানত লক কৰিবলে পুষপিন ক্লিক কৰক , ´X ' বুটাম এটা ছাইট আতৰাবলে । আপুনি ৰিক্ত নতুন টেব পৃষ্ঠালৈ উভতি যাবলৈ পৃষ্ঠাৰ উপৰ সোঁফালে ´গ্ৰিড´ আইকন ক্লিক কৰিব পাৰিব । শেহতীয়া Firefox প্ৰাপ্ত কৰক আৰু এই নতুন বৈশিষ্টসমূহ আজিয়ে ব্যৱহাৰ কৰা আৰম্ভ কৰক !
(trg)="1"> [ Firefox의 새 기능 ] 최신 Firefox는 더 빠르고 간단하게 열고 싶은 페이지로 이동할 수 있게 되었습니다 .
(trg)="2"> 새롭게 만든 홈페이지에서 많이 이용하는 메뉴 옵션을 간단하게 접근할 수 있습니다 .
(trg)="3"> 다운로드 , 북마크 , 방문기록 , 부가 기능 , 동기화 및 설정

# as/cVZdvmYJzuHc.xml.gz
# ko/cVZdvmYJzuHc.xml.gz


(src)="1"> প্ৰচুৰ সৃজনীশক্তি| প্ৰয়োজনৰ সময়ত আমাক লাগে প্ৰচুৰ সৃজনীশক্তি| আলোচনা কৰোঁ আহক| প্ৰচুৰ সৃজনীশক্তি আচৰিতভাৱে , উদ্ভূতভাৱে , যুক্তিপূৰ্ণভাৱে আৰু অযুক্তিপূৰ্ণভাৱে শক্তিশালী| সৃজনীশক্তিয়ে প্ৰচাৰ কৰিব পাৰে সহনশীলতা , জিনিব পাৰে স্বাধীনতা , শিক্ষাক এটা উজ্জ্বল আদৰ্শহেন কৰি দেখুৱাব পাৰে ( হাঁহি ) সৃজনীশক্তিয়ে বঞ্চনাৰ ওপৰত আলোকপাত কৰিব পাৰে , বা দেখুৱাব পাৰে যে আচলতে বঞ্চনা ঠিক দেখাৰ দৰে নহয় সৃজনীশক্তিয়ে কোনো ৰাজনীতিবিদক নিৰ্বাচিত কৰিব পাৰে , বা কোনো দলক অনিৰ্বাচিত কৰিব পাৰে , কোনো যুদ্ধক শোকাবহ বা ভেকোঁভাওনাহেন কৰি তুলিব পাৰে সৃজনীশক্তি কোনো সংস্কৃতিস্ৰষ্টা - আমাৰ টি- চাৰ্টত শ্লোগান লিখা আৰু আমাৰ মুখত কথা দিয়া কোনো বাটকটীয়া যিয়ে আমাক দেখুৱায় এটা সহজ বাট নৈতিকতাৰ অলঙ্ঘনীয় চক্ৰবেহুৰ মাজেদি| বিজ্ঞান চতুৰ , কিন্তু সৃজনীশক্তি তাতকৈ অলপ কম বোধগম্য আৰু বেছি যাদুকৰী| আৰু আমাক এতিয়া সেই যাদুৰ প্ৰয়োজন| এয়া সেই প্ৰয়োজনৰ সময়| আমাৰ জলবায়ু খৰকৈ সলনি হৈছে , খুব খৰকৈ| আৰু সৃজনীশক্তিৰ প্ৰয়োজন হৈছে সৃজনীশক্তিয়ে কৰিব জনা কামবোৰৰ বাবেঃ নাটকীয় কোনো সৃজনীশীল মতেৰে আমাক নতুন ধৰণেৰে চিন্তা কৰিবলৈ উদ্বুদ্ধ কৰি তুলিবৰ বাবে| আমাক আন ধৰণেৰে কাম কৰিবলৈ উদ্বুদ্ধ কৰাৰ বাবে সৰু সৰু সৃজনীশীলতাৰ আনন্দময় টুকুৰাৰ সৈতে| এয়া মই জড়িত থকা তেনে এটুকুৰা কাম য 'ত সৃজনীশীলতাই ৰাইজক পৰিবেশ সচেতন হ´বলৈ উদগনি দিব ভিডিঅ ' : পুৰুষঃ বুজিছা , আজি গাড়ীত যোৱাতকৈ মই খোজেৰেই যাওঁ| নেপথ্যতঃ আৰু তেওঁ বাট বাই গ 'ল আৰু দেখিলে দেধাৰ আচৰিত আৰু বিস্ময়কৰ বস্তু যি তেওঁ অন্যথা নেদেখিলেহেঁতেন| ভৰি খজুৱাই থকা হৰিণা এটা| উৰণীয়া মটৰ চাইকেল এখন| এখন ৰহস্যময় দেৱালে চাইকেল এখনৰ পৰা নিলগাই ৰখা দেউতাক- জীয়েক এহাল তেওঁ থমকি ৰ´ল| তেওঁৰ সমুখতে তাই খোজ দি গৈ আছে| একেজনী মানুহ যিয়ে ল´ৰালিত তেওঁৰ স´তে সৰু ছোৱালীজনীহৈ পথাৰত দেও দি ফুৰিছিল আৰু তেওঁৰ হৃদয় ভাঙিছিল| নিশ্চয়কৈ তাইৰ বয়সে ভাটি দিছে| আচলতে তাইৰ বয়সে বাৰুকৈয়ে ভাটি দিছে| কিন্তু তেওঁৰ যেন তাইৰ প্ৰতি থকা সকলো আবেগ আকৌ উথলি আহিল|
(trg)="1"> 위대한 창의력 . 위대한 창의력이 필요한 시점입니다 .
(trg)="2"> 토론 . 위대한 창의력이란 터무니 없으면서도 이성적이고 , 놀라우면서도 비이성적으로 강력합니다 .
(trg)="3"> 위대한 창의력은 관용과 승자의 자유를 전파하고 ,

(src)="2"> " ফ´ৰ্ড , " তেওঁ লাহেকৈ ক´লে| তাইৰ নাম সেইটো|
(trg)="36"> " 포드 " 그가 부드럽게 그녀의 이름을 불렀다 .

(src)="3"> " একোকে নক´বা গাষ্টি , " তাই ক´লে তেওঁৰ নাম সেয়া|
(trg)="37"> " 아무말도 하지말아요 , 거스티 " 그녀가 그에게 말했다 ,
(trg)="38"> " 아무말도 하지말아요 , 거스티 " 그녀가 그에게 말했다 ,

(src)="4"> " চৰাইঘৰটোৰ কাষতে এটা তম্বু আছে , ইয়াৰ পৰা ৩০০ গজমান দূৰত| ব´লা তালৈকে যাওঁ আৰু দুয়ো দুয়োতে মিলি যাওঁ " ফ´ৰ্ডে কাপোৰ খুলিলে| তাই এখন ভৰি বহলাই মেলিলে , তাৰপাছত আনখন| গাষ্টি তাইৰ মাজত বিলীন হ 'ল আৰু ছন্দিত সম্ভোগত লিপ্ত হ 'ল আৰু তাই তাকে কেমেৰাত বন্দী কৰিলে কাৰণ তাই চৌখিন প্ৰাপ্তবয়স্ক চিত্ৰ নিৰ্মাতা পৃ্থিৱীখন কঁপি উঠিল- দুয়োৰে বাবে| আৰু দুয়ো আজীৱন আনন্দেৰে থাকিল| আৰু সকলোবোৰ হ 'ল কেৱল তেওঁ সেইদিনা খোজেৰে যোৱাৰ বাবে| ( হাত চাপৰি ) এণ্ডি হবছবামঃ আমাৰ হাতত বিজ্ঞান আছে , তৰ্কও আমি কৰিলোঁ| নৈতিক ৰায়টি এতিয়া আপোনালোকৰ সমুখত| প্ৰচুৰ সৃজনীশক্তি প্ৰয়োজন এই সকলোবোৰৰ বাবে , সৰল আৰু ক্ষুৰধাৰ কৰিবলৈ| সম্পৰ্ক গঢ়িবলৈ| মানুহক সক্ৰিয় কৰিবলৈ| সেয়ে এয়া এক আহ্বান , এটি গোহাৰি , বুদ্ধিদীপ্ত অতুলনীয় টেড্ সমাজলৈ| আহক জলবায়ু পৰিবৰ্ত্তনৰ বিৰূদ্ধে সৃষ্টিশীল হওঁ| আৰু অনতিপলপে হওঁহক| ধন্যবাদ| ( হাত চাপৰি )
(trg)="39"> " 여기서 300야드 떨어진 곳에 캐러반이 있는데 거기 옆에 텐트가 하나 있지 "
(trg)="40"> " 가서 함께 밤을 지냅시다 , 텐트에서 말이오 "
(trg)="41"> 포드는 옷을 벗었다 . 그녀는 다리 하나를 벌리고 , 또 한쪽을 벌렸다 .