# as/2000640.xml.gz
# ko/2000640.xml.gz


(src)="1"> অপেক্ষা কেনেকৈ কৰিব লাগে তাক আপুনি জানেনে ?
(trg)="2"> 사람 ​ 들 ​ 이 그냥 기다리는 데만 매년 얼마나 많은 시간 ​ 을 보내고 있는지 당신 ​ 은 가히 짐작 ​ 할 수 있습니까 ?

(src)="2"> আপুনি জানেনে যে প্ৰত্যেক বছৰে অপেক্ষা কৰি লোকসকলে কিমান সময় ব্যয় কৰে ?
(trg)="3"> 사람 ​ 들 ​ 은 상점 ​ 이나 주유소 ​ 에서 줄 ​ 을 서서 기다립니다 .

(src)="3"> লোকসকলে দোকান বা পেট্ৰল পাম্প , ৰেষ্টোৰেন্ট , ডাক্টৰক দেখা কৰাৰ সময়ত , বাচ বা ট্ৰেইনৰ বাবে অধিক সময়লৈকে অপেক্ষা কৰি বহু সময় ব্যয় কৰে ।
(trg)="4"> 식당 ​ 에서도 음식 ​ 이 나올 때 ​ 까지 기다립니다 .
(trg)="5"> 의사 ​ 나 치과 의사 ​ 에게 진찰 ​ 을 받을 때 ​ 에도 기다립니다 .
(trg)="6"> 버스 ​ 나 기차 ​ 를 탈 때 ​ 에도 기다립니다 .

(src)="4"> কোনো কাৰ্য্য সম্পন্ন নোহোৱালৈকে লোকসকলে নিজৰ জীৱনত বহু সময় অপেক্ষাৰ বাবে ব্যয় কৰে ।
(trg)="7"> 그렇습니다 .
(trg)="8"> 사람 ​ 의 생애 중 ​ 에 , 어떤 일 ​ 이 시작 ​ 될 때 ​ 까지 기다리며 보내는 시간 ​ 의 양 ​ 은 놀라울 정도 ​ 로 많습니다 .

(src)="5"> এক তথ্যৰ অনুসৰি , এবছৰত মাত্ৰ যান - বাহনৰ দ্বাৰা পথৰোধত জাৰ্মানীৰ লোকসকলে ৪৭০ কোটি ঘন্টা ব্যয় কৰে ।
(trg)="9"> 한 추산 ​ 에 의하면 , 독일 사람 ​ 들 ​ 의 경우 ​ 만 해도 교통 혼잡 때문 ​ 에 기다리며 낭비 ​ 하는 시간 ​ 이 일 년 ​ 에 47 억 시간 ​ 이나 됩니다 !

(src)="6"> কিছুমান ব্যক্তিয়ে গণনা কৰি পাইছে যে এই সময় প্ৰায় ৭ , ০০০ জন ব্যক্তিৰ জীৱন কালৰ সমান ।
(trg)="10"> 어떤 사람 ​ 이 계산 ​ 한 바 ​ 에 의하면 , 이것 ​ 은 약 7000 ​ 명 ​ 이나 되는 사람 ​ 의 평균 수명 ​ 을 다 합친 것 ​ 과 맞먹는 시간 ​ 입니다 .
(trg)="11"> 기다리는 것 ​ 은 참으로 짜증 ​ 나는 일 ​ 일 수 있습니다 .

(src)="7"> কেতিয়াবা অপেক্ষা নিৰাশজনক হৈ পৰে ।
(trg)="12"> 요즈음 ​ 은 모든 일 ​ 을 할 충분 ​ 한 시간 ​ 이 결코 나지 않는 것 같습니다 .

(src)="8"> বৰ্তমান সময়ত দেখা গৈছে যে সকলো কাৰ্য্য কৰিবলৈ কেতিয়াও যথেষ্ঠ সময় নাথাকে আৰু আমি যি কাৰ্য্য কৰা উচিত তাৰ বিষয়ে চিন্তা কৰিবলৈ গ’লে অপেক্ষা কৰাটো আমাৰ বাবে সচাঁকৈ পীড়াদায়ক হৈ পৰে ।
(trg)="13"> 따라서 기다리는 시간 ​ 에 우리 ​ 가 하고 있어야 할 다른 일 ​ 들 ​ 이 생각 ​ 나면 기다리는 것 ​ 은 참으로 시련 ​ 이 될 수 있습니다 .
(trg)="14"> 저술가 ​ 인 알렉산더 로즈 ​ 는 한때 이렇게 말 ​ 한 적 ​ 이 있습니다 .

(src)="9"> আলেকজেণ্ডাৰ ৰ’জ নামৰ এজন লেখকে এইদৰে কৈছিল : “ জীৱনৰ আধাভাগ কাল অপেক্ষাৰ বাবে ব্যয় হয় । ”
(trg)="15"> “ 삶 ​ 의 고통 ​ 의 절반 ​ 을 차지 ​ 하는 것 ​ 은 기다리는 일 ​ 이다 . ”

(src)="10"> বেঞ্জামিন ফ্ৰেঙ্কলিন নামৰ এজন আমেৰিকাৰ ৰাজনীতিজ্ঞই ২৫০ বছৰৰ আগতে কৈছিল যে অপেক্ষা কৰাটো লাভজনকো হ’ব পাৰে ।
(trg)="16"> 미국 ​ 의 정치가 ​ 인 벤저민 프랭클린 ​ 은 기다리는 것 ​ 은 돈 ​ 이 많이 드는 일 ​ 일 수 ​ 도 있음 ​ 을 인정 ​ 하였습니다 .

(src)="11"> তেওঁ এইদৰেও কৈছিল : “ সময়ে হৈছে ধন । ”
(trg)="17"> 그 ​ 는 250 ​ 여 년 전 ​ 에 “ 시간 ​ 은 돈 ​ 이다 ” 라고 말 ​ 하였습니다 .

(src)="12"> সেইবাবে ব্যৱসায়ীসকলে কাম চলি থকাৰ সময়ত অদৰকাৰীৰূপে সময় ব্যয় কৰাৰ পৰা আতঁৰি থাকিব বিচাৰে ।
(trg)="18"> 기업체 ​ 들 ​ 이 작업 과정 중 ​ 에 일 ​ 이 불필요 ​ 하게 지연 ​ 되는 것 ​ 을 피하는 방법 ​ 을 모색 ​ 하는 것 ​ 도 바로 그 때문 ​ 입니다 .

(src)="13"> তেওঁলোকে জানে যে যদি কম সময়ৰ ভিতৰত বহুত ভাল উৎপাদন কৰিব পাৰি তেনেহ’লে অধিক লাভ আছে ।
(trg)="19"> 더 짧은 시간 ​ 에 더 많은 상품 ​ 을 생산 ​ 한다는 것 ​ 은 더 큰 수익 ​ 을 의미 ​ 할 수 있습니다 .

(src)="14"> কিছুমান দেশত ব্যৱসায়ীবিলাকে গ্ৰাহকসকলৰ বাবে কম সময়ৰ ভিতৰত বস্তু উপলব্ধ কৰাটো বিচাৰে , যেনে ​ —⁠ ফাষ্ট ফুড , গাড়ীত বহিয়ে বেঙ্কৰ সৈতে টকা - পইচাৰ লেনদেন কৰা ইত্যাদি ​ —⁠ কিয়নো তেনেধৰণৰ ব্যৱসায় কৰোঁতাসকলে জানে যে ইয়াৰ দ্বাৰাই গ্ৰাহকসকলক সুখী কৰাৰ ওপৰিও অদৰকাৰী সময় ব্যয় কৰাৰ পৰা ৰেহাই পাব পাৰি ।
(trg)="20"> 대중 ​ 에게 직접 서비스 ​ 를 제공 ​ 하는 업체 ​ 들 ​ 은 패스트푸드 ​ 나 , 차 ​ 에서 내리지 않고도 은행 일 ​ 을 마칠 수 있게 해 주는 것 ​ 과 같은 신속 ​ 한 서비스 ​ 를 제공 ​ 하려고 노력 ​ 합니다 .
(trg)="21"> 고객 ​ 을 기쁘게 해 주는 일 ​ 에는 기다리는 시간 ​ 을 줄여 주는 것 ​ 도 포함 ​ 된다는 것 ​ 을 알고 있기 때문 ​ 입니다 .
(trg)="22"> 우리 ​ 의 삶 ​ 을 낭비 ​ 하는 것

(src)="15"> আমাৰ জীৱনৰ কালছোৱাত বহু সময় অদৰকাৰীৰূপে ব্যয় হয়
(trg)="23"> 19 ​ 세기 ​ 의 미국 시인 랠프 왈도 에머슨 ​ 은 한때 이렇게 불평 ​ 한 적 ​ 이 있습니다 .

(src)="16"> উন্নৈশ শতিকাৰ ৰাল্ফ ৱ’লড্‌ ইমাৰচন নামৰ এজন আমেৰিকাৰ কবিয়ে এইদৰে দুখ প্ৰকাশ কৰিছিল : “ মানুহে জীৱনৰ অধিক সময় অপেক্ষাৰ বাবে ব্যয় কৰিবলগীয়া হয় ! ”
(trg)="24"> “ 인간 ​ 의 생애 중 기다리며 낭비 ​ 하는 시간 ​ 이 얼마나 많은가 ! ”

(src)="17"> অলপতে লাঞ্চ মাৰৌ নামৰ এজন লেখকে অপেক্ষা কৰি শাৰীৰিক অস্বস্তিতা আৰু আমনি লগা সমন্ধে দুখ প্ৰকাশ কৰে ।
(trg)="25"> 좀 더 최근 ​ 에는 저술가 랜스 모로 ​ 가 기다리는 것 ​ 은 지루 ​ 한 일 ​ 이며 사람 ​ 을 피곤 ​ 하게 만드는 일 ​ 이라고 불평 ​ 한 적 ​ 이 있습니다 .

(src)="18"> তথাপি তেওঁ কয় যে “ অপেক্ষা হৈছে গুপ্ত যাতনা । ”
(trg)="26"> 그런데 그런 다음 그 ​ 는 “ 기다리는 일 ​ 이 좀 더 교묘 ​ 하게 초래 ​ 하는 고통 ” 에 대해 말 ​ 하였습니다 .

(src)="19"> ইয়াৰ অৰ্থ কি ?
(trg)="27"> 그것 ​ 이 무엇 ​ 입니까 ?

(src)="20"> ইয়াৰ অৰ্থ হৈছে “ প্ৰত্যেক চেকেণ্ড , প্ৰত্যেক মিনিটত আমাৰ জীৱন শেষ হৈ গৈছে , যি সময় আমি আকৌ কেতিয়াও ঘুৰাই নাপাওঁ । ”
(trg)="28"> “ 사람 ​ 의 가장 소중 ​ 한 자원 ​ 이자 우리 생애 ​ 의 일부 ​ 인 시간 ​ 이 도둑질 ​ 당하고 있다는 것 , 결코 만회 ​ 할 수 없게 시간 ​ 이 낭비 ​ 되고 있다는 것 ​ 을 아는 것 ” 입니다 .
(trg)="29"> 유감 ​ 스럽지만 맞는 말 ​ 입니다 .

(src)="21"> সচাঁকৈ ই এটা দুখৰ বিষয় কিন্তু ই সত্য ।
(trg)="30"> 기다리느라 낭비 ​ 되는 시간 ​ 은 영원 ​ 히 되찾을 수 없는 것 ​ 입니다 .

(src)="22"> নিঃসন্দেহ , যদি আমাৰ জীৱন চুটি নোহোৱা হ’লে , অপেক্ষা বিষয়ে বিবেচনা কৰাটো কোনো কাৰণ নাথাকিলেহেঁতেন ।
(trg)="31"> 물론 , 인생 ​ 이 그렇게 짧지만 않다면 기다리는 것 ​ 은 그다지 염려거리 ​ 가 되지 않을 것 ​ 입니다 .
(trg)="32"> 하지만 인생 ​ 은 정말 ​ 로 짧습니다 .

(src)="23"> কিন্তু আমাৰ জীৱন একেবাৰে চুটি ।
(trg)="33"> 수천 년 전 ​ 에 성서 시편 ​ 의 필자 ​ 는 이렇게 말 ​ 하였습니다 .

(src)="25"> ( গীতমালা ৯০ : ​ ১০ ) আমি য’তেই নাথাকো বা যিয়েই নকৰো কিয় আমাৰ জীৱন অৰ্থাৎ আমি জন্ম লোৱা দিনাৰ পৰাই আমাৰ আগত থকা দিন , ঘন্টা , মিনিট এই সকলোবোৰ হৈছে সীমিত ।
(trg)="34"> “ 우리 ​ 의 연수 ​ 는 칠십 년 , 특별 ​ 한 힘 ​ 이 있어 팔십 년 ​ 이라 해도 , 끈질기게 따라다니는 것 ​ 은 괴로움 ​ 과 유해 ​ 한 것 ​ 뿐 .
(trg)="35"> 정녕 속히 지나가니 우리 ​ 가 날아가 버립니다 . ”

(src)="26"> তথাপি কোনো ঘটনা বা লোকৰ বাবে অপেক্ষা কৰিবলৈ আমাক জোৰ কৰা হয় আৰু এই পৰিস্থিতিক আমি অগ্ৰাহ্য কৰিব নোৱাৰো ।
(trg)="36"> 우리 ​ 가 어디 ​ 에 살든 , 우리 ​ 가 어떤 사람 ​ 이든 , 우리 ​ 의 인생 — 우리 ​ 가 태어날 때 우리 앞 ​ 에 주어진 날 ​ 과 시간 ​ 과 분 ​ 의 양 — 은 한정 ​ 되어 있습니다 .

(src)="27"> অপেক্ষা কেনেকৈ কৰিব পাৰি তাক শিকক
(trg)="37"> 그런데 우리 ​ 는 어떤 일 ​ 이나 사람 ​ 을 기다리면서 그 소중 ​ 한 시간 ​ 의 일부 ​ 를 낭비 ​ 하지 않을 수 없는 상황 ​ 을 피할 수 없습니다 .

(src)="28"> আমাৰ কিছুমানে হয়তো দেখিছে যে এনে বহুতো গাড়ী চালকে অন্য গাড়ীক অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ সদায়ে চেষ্টা কৰে ।
(trg)="38"> 기다리는 법 ​ 을 배움
(trg)="39"> 우리 대부분 ​ 은 , 자기 앞 ​ 에 있는 차 ​ 를 끊임없이 앞질러 가려고 하는 운전자 ​ 와 함께 차 ​ 를 타고 가 본 경험 ​ 이 있을 것 ​ 입니다 .

(src)="29"> এনে ক্ষেত্ৰত দেখা যায় যে যদিও তেনে চালকসকলৰ কোনো আৱশ্যকীয় কাম বা নিযুক্তি নাথাকে তথাপিও তেওঁ আন চালকক আগত যাবলৈ অনুমতি নিদিয়ে ।
(trg)="40"> 많은 경우 , 그렇게 해야 할 절박 ​ 한 이유 ​ 가 있는 것 ​ 은 아닙니다 .
(trg)="41"> 운전자 ​ 에게 급 ​ 한 약속 ​ 이 있는 것 ​ 도 아닙니다 .

(src)="30"> ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে তেওঁলোকে অধৈৰ্য্যশীল হোৱাৰ বাবে অপেক্ষা কৰিবলৈ নিশিকিলে ।
(trg)="42"> 하지만 그 ​ 는 자신 ​ 의 진행 속도 ​ 가 다른 운전자 ​ 에 의해 좌우 ​ 되는 것 ​ 을 참 ​ 을 수 없는 것 ​ 입니다 .

(src)="31"> অপেক্ষা কৰিবলৈ শিকাটো আৱশ্যকনে ?
(trg)="43"> 그 ​ 의 참을성 ​ 의 부족 ​ 은 그 ​ 가 기다리는 법 ​ 을 배우 ​ 지 못했음을 드러내는 것 ​ 입니다 .

(src)="32"> হয় , অপেক্ষা কেনেকৈ কৰিব পাৰি তাকো শিকাৰ আৱশ্যক ।
(trg)="45"> 그렇습니다 .
(trg)="46"> 기다리는 법 ​ 은 배워서 터득 ​ 해야 하는 것 ​ 입니다 .

(src)="33"> কিয়নো জন্মৰ পৰাই কোনেও ইয়াক শিকি নাহে ।
(trg)="47"> 기다리는 법 ​ 을 터득 ​ 하고 태어나는 사람 ​ 은 아무 ​ 도 없습니다 .

(src)="34"> যেতিয়া শিশুৰ ভোক লাগে বা অসুবিধা অনুভৱ কৰে তেতিয়া তেওঁলোকে বিচাৰে যে বিনা কোনো পলমে কোনোবাই যাতে তেওঁলোকৰ প্ৰতি ধ্যান দিয়ে ।
(trg)="48"> 어린 아기 ​ 들 ​ 은 배 ​ 가 고프거나 어딘가가 불편 ​ 하면 즉시 주의 ​ 를 기울여 줄 것 ​ 을 요구 ​ 합니다 .

(src)="35"> কিন্তু যেতিয়া তেওঁলোকে ডাঙৰ হয় তেতিয়াহে বুজি পায় যে যিটো তেওঁলোকে বিচাৰিছে তাৰ বাবে অপেক্ষা কৰিব লাগিব ।
(trg)="49"> 자기 ​ 들 ​ 이 원하는 것 ​ 을 얻으려면 때때로 기다려야 한다는 것 ​ 을 이해 ​ 하게 되는 것 ​ 은 나이 ​ 를 좀 더 먹어야 가능 ​ 해집니다 .

(src)="36"> যিহেতু অপেক্ষা কৰাটো হৈছে জীৱনৰ এটা অনিবাৰ্য্য ভাগ ।
(trg)="50"> 기다리는 것 ​ 은 삶 ​ 의 불가피 ​ 한 일부분 ​ 이므로 , 필요 ​ 할 때 ​ 는 참을성 있게 기다릴 줄 안다는 것 ​ 은 사실상 장성 ​ 한 사람 ​ 임 ​ 을 나타내는 표 ​ 입니다 .

(src)="37"> সেইবাবে যেতিয়া আৱশ্যক হয় তেতিয়া কেনেকৈ ধৈৰ্য্যশীল হৈ অপেক্ষা কৰিব পাৰি তাক যদি আমি শিকোঁ তেতিয়াহে আমি নিজকে এজন পৰিপক্ক ব্যক্তিৰূপে প্ৰকাশ কৰিব পাৰিম ।
(trg)="51"> 물론 , 참을성 없이 행동 ​ 하는 것 ​ 이 이해 ​ 가 가는 긴급 ​ 한 상황 ​ 들 ​ 도 있습니다 .

(src)="38"> বাস্তৱতে , কেতিয়াবা এনে কিছুমান জৰুৰী পৰিস্থিতি আহি পৰে যাৰবাবে অধৈৰ্য্য হোৱাটো স্বাভাৱিক ।
(trg)="52"> 첫아기 ​ 가 곧 태어날 것 같아서 아내 ​ 를 급히 병원 ​ 으로 데려가는 젊은 남편 ​ 이 시간 ​ 이 지체 ​ 되는 것 ​ 을 참 ​ 을 수 없는 것 ​ 은 당연 ​ 한 일 ​ 입니다 .

(src)="39"> উদাহৰণস্বৰূপে , এজন স্বামীয়ে নিজৰ পত্নীক চিকিৎসালয়ত লৈ যাবলৈ খৰ - খেদা কৰিছে , কিয়নো তেওঁলোকৰ শিশুৰ জন্ম হবৰ সময় হ’ল আৰু তেনে ক্ষেত্ৰত যদি পলম হয় স্বাভাৱিকতে সেই ব্যক্তিজন অধৈৰ্য্যশীল হ’ব ।
(trg)="53"> 롯 ​ 에게 소돔 ​ 을 떠나라고 재촉 ​ 하는 천사 ​ 들 ​ 은 롯 ​ 이 꾸물 ​ 거리는 동안 기다릴 수 ​ 가 없었습니다 .

(src)="40"> ঠিক একেইদৰে প্ৰাচীন সময়তো লোটে পলম কৰি থকাত স্বৰ্গদূতে তেওঁক চদোম এৰি যাবলৈ জোৰ কৰে কিয়নো অপেক্ষা কৰিবলৈ অলপো সময় নাছিল ।
(trg)="54"> 멸망 ​ 이 임박 ​ 했고 , 롯 ​ 과 그 ​ 의 가족 ​ 의 생명 ​ 이 위험 ​ 에 처해 있었습니다 .

(src)="41"> কিয়নো ধ্বংস একেবাৰে ওচৰত আছিল আৰু তেওঁৰ পৰিয়ালৰ জীৱন বিপদগ্ৰস্ত হৈ আছিল ।
(trg)="55"> 하지만 대부분 ​ 의 경우 , 사람 ​ 들 ​ 이 기다리지 않을 수 없을 때 ​ 는 생명 ​ 이 위험 ​ 에 처해 있는 상황 ​ 은 아닙니다 .

(src)="42"> ( আদিপুস্তক ১৯ :⁠ ১৫ , ১৬ ) যিহেতু , যদিও কিছুমান ক্ষেত্ৰত জীৱন বিপদগ্ৰস্ত অৱস্থাত নাথাকে তথাপিও পৰিস্থিতিয়ে লোকসকলক অপেক্ষা কৰিবলৈ বাধ্য কৰায় ।
(trg)="56"> 그런 경우 , 모든 사람 ​ 이 참을성 ​ 을 나타내는 법 ​ 을 터득 ​ 하고 있다면 일 ​ 들 ​ 이 훨씬 더 원만 ​ 하게 처리 ​ 될 수 있을 것 ​ 이며 , 어떤 사람 ​ 의 비능률적 ​ 인 행동 ​ 이나 관심 ​ 의 부족 ​ 으로 기다리는 일 ​ 이 초래 ​ 되었다 하더라도 그러할 것 ​ 입니다 .

(src)="43"> তেনে ক্ষেত্ৰত যদিও কিছুমানৰ বাবে অপেক্ষা কৰাটো আমনিদায়ক বা অনিচ্ছাকৃত কাৰ্য্য হ’ব পাৰে কিন্তু তথাপি প্ৰত্যেকে যদি ধৈৰ্য্যশীল হ’বলৈ শিকে তেনেহ’লে কিমান যে উত্তম হ’ব ।
(trg)="57"> 더욱이 , 모든 사람 ​ 이 기다리면서 보내는 시간 ​ 을 유익 ​ 하게 사용 ​ 하는 법 ​ 을 터득 ​ 하고 있다면 참을성 ​ 을 나타내기 ​ 가 더 쉬울 것 ​ 입니다 .

(src)="44"> ইয়াৰ ওপৰিও প্ৰত্যেকে যদি সময়ক সদ ব্যৱহাৰ কৰিবলৈ শিকে তেন্তে ইয়ে তেওঁক সহজে ধৈৰ্য্যশীল হ’বলৈ সহায় কৰিব আৰু তেওঁলৈ বহুতো লাভজনক পথ পদৰ্শন কৰিব ।
(trg)="58"> 5 ​ 면 ​ 의 네모 안 ​ 에는 , 기다리는 시간 ​ 을 감내 ​ 하는 법 ​ 뿐 아니라 심지어 유익 ​ 하게 보내는 법 ​ 에 관한 몇 가지 제안 ​ 이 실려 있습니다 .

(src)="45"> ৫ পৃষ্ঠাত থকা বক্সত অপেক্ষা মাত্ৰ ধৈৰ্য্যশীলেই নহয় কিন্তু লাভৱানো কৰে তাৰ বিষয়ে কিছুমান পৰামৰ্শ আগবঢ়োৱা হৈছে ।
(trg)="59"> 간과 ​ 할 수 없는 사실 ​ 은 , 참을성 없는 영 ​ 은 교만 ​ 한 태도 ​ 를 나타내는 것 , 다시 말 ​ 해서 자신 ​ 은 매우 중요 ​ 한 인물 ​ 이라 기다리게 해서는 안 된다는 생각 ​ 을 드러내는 것 ​ 일 수 있다는 점 ​ 입니다 .

(src)="46"> অধৈৰ্য্যশীলে এজন ব্যক্তিক অধিক অহঙ্কাৰী কৰি তোলে যাৰ অৰ্থ হৈছে আনে যদি তেওঁক অপেক্ষা কৰিবলৈ কয় তেওঁ কেতিয়াও তাৰ বাবে বাট চাব নোৱাৰে কিয়নো সেই ব্যক্তিয়ে নিজকে আনতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি ভাবে ।
(trg)="60"> 그러한 태도 ​ 를 나타내는 사람 ​ 이 있다면 성서 ​ 에 나오는 다음 ​ 과 같은 말 ​ 을 고려 ​ 해 보는 것 ​ 이 좋을 것 ​ 입니다 .

(src)="47"> তেনে মনোবৃত্তি থকা ব্যক্তিয়ে বাইবেলৰ এই বাক্যক বিবেচনা কৰা উচিত : “ অহঙ্কাৰী মনৰ লোকতকৈ ধীৰ মনৰ লোক ভাল । ”
(trg)="61"> “ 참을성 있는 자 ​ 가 영 ​ 이 거만 ​ 한 자 ​ 보다 낫다 . ”

(src)="48"> ( উপদেশক ৭ :⁠ ৮ ) অভিমান আৰু অহঙ্কাৰ হৈছে ব্যক্তিত্বৰ এক গম্ভীৰ খুঁত আৰু বাইবেলৰ প্ৰবচনে এইদৰে কৈছে : “ অহঙ্কাৰী মনৰ প্ৰত্যেক লোক যিহোৱাৰ ঘিণলগীয়া । ”
(trg)="62"> 거만 ​ 함 즉 교만 ​ 은 인간성 ​ 에 심각 ​ 한 결함 ​ 이 있음 ​ 을 나타내는 것 ​ 입니다 .

(src)="49"> ( হিতোপদেশ ১৬ :⁠ ৫ ) সেইবাবে ধৈৰ্য্য ধৰিবলৈ বা অপেক্ষা কৰিবলৈ শিকাৰ বাবে আমি নিজকে আৰু আমাৰ চাৰিওফালে থকা লোকসকলৰ সৈতে আমাৰ সমন্ধক গভীৰভাৱে পৰীক্ষা কৰা ।
(trg)="63"> 성서 잠언 ​ 에서는 이렇게 말 ​ 합니다 .

(src)="50"> যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব
(trg)="64"> “ 마음 ​ 이 교만 ​ 한 자 ​ 는 누구나 여호와 ​ 께 가증 ​ 하다 . ”

(src)="51"> যেতিয়া আমাক কোনো আশা দিয়া হয় যে যাৰ বাবে আমি অপেক্ষা কৰি আছোঁ , যদিও ইয়াৰ পলম হয় তথাপি ই সচাঁকৈ পূৰ্ণ হ’ব ।
(trg)="65"> 그러므로 참을성 ​ 을 나타내는 법 ​ 을 배우기 위해 — 기다리는 법 ​ 을 배우기 위해 — 우리 ​ 는 자기 자신 ​ 에 대해 그리고 자신 ​ 이 주위 ​ 에 있는 사람 ​ 들 ​ 과 맺고 있는 관계 ​ 에 대해 면밀 ​ 히 검토 ​ 해 볼 필요 ​ 가 있을지 모릅니다 .

(src)="52"> এয়ে আমাৰ বাবে অপেক্ষা কৰিবলৈ সহজ কৰি তোলে ।
(trg)="66"> 참을성 ​ 을 나타내면 보상 ​ 을 받을 것 ​ 이다

(src)="53"> এই সমন্ধে , বাইবেলত পোৱা যিহোৱাৰ মহান প্ৰতিজ্ঞাবোৰ পূৰ্ণ হোৱালৈকে অপেক্ষা কৰি ঈশ্বৰৰ সত্য উপাসকসকলৰ বিষয়ে বিবেচনা কৰাটো উত্তম হ’ব ।
(trg)="67"> 우리 ​ 가 기다리고 있는 일 ​ 은 그렇게 시간 ​ 이 걸릴 만한 일 ​ 이며 때 ​ 가 되면 실제 ​ 로 이루어지고 말 일 ​ 이라는 확신 ​ 이 있다면 , 일반적 ​ 으로 기다리기 ​ 가 더 쉬울 것 ​ 입니다 .

(src)="54"> উদাহৰণস্বৰূপে ঈশ্বৰ প্ৰেৰিত বচন গীতমালাত আমাক কোৱা হৈছে যে : “ ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব , আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব । ”
(trg)="68"> 그런 면 ​ 에서 , 우리 ​ 는 하느님 ​ 의 모든 진실 ​ 한 숭배자 ​ 들 ​ 이 성서 ​ 에 나오는 그분 ​ 의 웅대 ​ 한 약속 ​ 들 ​ 의 성취 ​ 를 기다리고 있다는 사실 ​ 을 숙고 ​ 해 보는 것 ​ 이 좋을 것 ​ 입니다 .

(src)="55"> এই প্ৰতিজ্ঞাৰ বিষয়ক পুনৰ উল্লেখ কৰি পাঁচনি যোহনেও কৈছিল : “ যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে , তেওঁ চিৰকাললৈকে থাকে । ”
(trg)="69"> 예 ​ 를 들면 , 하느님 ​ 의 영감 ​ 받은 한 시 ​ 에서는 이렇게 알려 줍니다 .
(trg)="70"> “ 의로운 자 ​ 들 ​ 이 땅 ​ 을 차지 ​ 하리니 , 그 ​ 들 ​ 은 그 위 ​ 에 영원 ​ 히 거하리라 . ”

(src)="56"> ( গীতমালা ৩৭ :⁠ ২৯ ; ১ যোহন ২ :⁠ ১৭ ) আচলতে , যদি আমি চিৰকালৰ বাবে জীয়াই থকাহ’লে অপেক্ষা কৰাটো কঠিন কাৰ্য্য নহ’লহেঁতেন ।
(trg)="71"> 사도 요한 ​ 도 이와 같은 약속 ​ 을 되풀이 ​ 하여 이렇게 말 ​ 하였습니다 .

(src)="57"> কিন্তু বৰ্তমান আমাৰ জীৱনৰ কাল একেবাৰে কম ।
(trg)="72"> “ 하느님 ​ 의 뜻 ​ 을 행하는 사람 ​ 은 영원 ​ 히 머물러 있습니다 . ”

(src)="58"> তেনেহ’লে অনন্ত জীৱনৰ কথা বিবেচনা কৰাটো এক বাস্তৱিক বিষয় হ’বনে ?
(trg)="73"> 확실 ​ 히 , 우리 ​ 가 영원 ​ 히 살 수 ​ 만 있다면 , 기다리는 것 ​ 은 별로 문제 ​ 가 되지 않을 것 ​ 입니다 .

(src)="59"> এই প্ৰশ্নৰ উত্তৰ জনাৰ আগতে , আহঁক আমি ঈশ্বৰে সৃষ্টি কৰা প্ৰথম পিতৃ - মাতৃৰ বাবে ৰখা চিৰকালৰ জীৱনৰ বিষয়ে বিবেচনা কৰোঁ ।
(trg)="74"> 하지만 지금 당장 ​ 은 우리 ​ 가 영원 ​ 히 살고 있지 않습니다 .
(trg)="75"> 그런데 영원 ​ 한 생명 ​ 에 대해 이야기 ​ 하는 것 ​ 이 과연 현실적 ​ 입니까 ?

(src)="60"> তেওঁলোকে পাপ কৰাৰ পিছত নিজৰ আৰু তেওঁলোকৰ সন্তান - সন্ততিৰ বাবেও সেই চিৰকালৰ জীৱন হেৰুৱালে , য’ত আমিও সন্মিলিত আছোঁ ।
(trg)="76"> 그 질문 ​ 에 대답 ​ 하기 전 ​ 에 먼저 , 하느님 ​ 께서 우리 ​ 의 첫 조상 ​ 을 창조 ​ 하실 때 영원 ​ 히 살 전망 ​ 을 주셨다는 점 ​ 을 생각 ​ 해 보십시오 .

(src)="61"> যিহেতু , তেওঁলোকে পাপ কৰাৰ পিছত কোনো পলম নকৰাকৈ যিহোৱা ঈশ্বৰে নিজৰ উদ্দেশ্যৰ বিষয়ে ঘোষণা কৰিলে ।
(trg)="77"> 그 ​ 들 ​ 이 그 ​ 들 자신 ​ 은 물론 우리 ​ 를 포함 ​ 한 그 ​ 들 ​ 의 후손 앞 ​ 에 놓여 있던 그러한 전망 ​ 을 잃어버린 것 ​ 은 , 죄 ​ 를 지었기 때문 ​ 입니다 .

(src)="62"> কিয়নো তেওঁলোকৰ অৱজ্ঞাকাৰীতাৰ পৰিণামস্বৰূপে সকলোলৈ পাপ আৰু মৃত্যু বিয়পি পৰিল ।
(trg)="78"> 하지만 하느님 ​ 께서는 그 ​ 들 ​ 이 죄 ​ 를 지은 뒤 ​ 에 곧바로 그 ​ 들 ​ 의 불순종 ​ 으로 인한 결과 ​ 를 역전 ​ 시킬 목적 ​ 을 발표 ​ 하셨습니다 .

(src)="63"> সেই কাৰণে যিহোৱা ঈশ্বৰে এটা “ বংশৰ ” বিষয়ে প্ৰতিজ্ঞা কৰিলে আৰু সেই বংশ আছিল যীচু খ্ৰীষ্ট । ​ —⁠ আদিপুস্তক ৩ :⁠ ১৫ ; ৰোমীয়া ৫ :⁠ ১৮ .
(trg)="79"> 하느님 ​ 께서는 “ 씨 ” 가 나타날 것 ​ 임 ​ 을 약속 ​ 하셨는데 , 그 씨 ​ 는 예수 그리스도 ​ 임 ​ 이 밝혀졌습니다 . — 창세 3 : 15 ; 로마 5 : 18 .

(src)="64"> তেওঁৰ সেই প্ৰতিজ্ঞাৰ পূৰ্ণতাৰ দ্বাৰা লাভৱান হ’বলৈ আমি ব্যক্তিগতৰূপে নিজে সিদ্ধান্ত লব লাগিব ।
(trg)="80"> 우리 ​ 가 개인적 ​ 으로 하느님 ​ 의 약속 ​ 의 성취 ​ 로부터 유익 ​ 을 얻을 것 ​ 인지의 여부 ​ 는 우리 ​ 가 내리는 결정 ​ 에 달려 있습니다 .

(src)="65"> সেইদৰে কৰিবলৈ হ’লে আমি ধৈৰ্য্যশীল হোৱা উচিত ।
(trg)="81"> 유익 ​ 을 얻으려면 참을성 ​ 이 필요 ​ 할 것 ​ 입니다 .

(src)="66"> এনেধৰণৰ ধৈৰ্য্য ধৰাৰ বাবে শিকিবলৈ বাইবেলে আমাক এজন খেতিয়কৰ উদাহৰণৰ ওপৰত ধ্যান দিবলৈ উৎসাহিত কৰিছে ।
(trg)="82"> 우리 ​ 가 이러 ​ 한 참을성 ​ 을 배우는 데 도움 ​ 이 되도록 , 성서 ​ 는 우리 ​ 에게 농부 ​ 의 모범 ​ 에 대해 묵상 ​ 해 보도록 격려 ​ 합니다 .

(src)="67"> উদাহৰণস্বৰূপে , এজন ব্যক্তিয়ে পথাৰত শস্য সিঁচিছে , কিন্তু ইয়াৰ ফল পাবলৈ শস্যবোৰক সুৰক্ষা দি , ইয়াক দোৱাৰ সময়ৰ লৈকে ধৈৰ্য্য ধৰিব লাগিব ।
(trg)="83"> 농부 ​ 는 씨 ​ 를 뿌린 다음 수확 때 ​ 까지 — 작물 ​ 을 보호 ​ 하기 위해 자기 ​ 가 할 수 있는 일 ​ 을 하면서 — 참을성 있게 기다리는 수 ​ 밖에 달리 도리 ​ 가 없습니다 .

(src)="68"> তেতিয়াহে তেওঁ ধৈৰ্য্যৰ ফল পাব অৰ্থাৎ তেওঁ যি শস্য সিঁচিছিল তাৰ পৰিশ্ৰমৰ ফল পাব ।
(trg)="84"> 수확 때 ​ 가 되면 농부 ​ 의 참을성 ​ 은 보상 ​ 을 받게 되는데 , 농부 ​ 는 자기 ​ 의 수고 ​ 의 열매 ​ 가 맺혀 있는 것 ​ 을 보게 됩니다 .

(src)="69"> ( যাকোব ৫ :⁠ ৭ ) পাঁচনি পৌলে ধৈৰ্য্যৰ বিষয়ে অন্য এটা উদাহৰণ উল্লেখ কৰিছে ।
(trg)="85"> 사도 바울 ​ 은 참을성 ​ 의 또 다른 모범 ​ 을 언급 ​ 합니다 .

(src)="70"> তেওঁ আমাক বিশ্বাসী পুৰুষ আৰু স্ত্ৰীৰসকলৰ বিষয়ে সোৱঁৰাই দিয়ে ।
(trg)="86"> 그 ​ 는 고대 ​ 의 충실 ​ 한 남녀 ​ 들 ​ 에 대해 상기 ​ 시켜 줍니다 .

(src)="71"> সেই বিশ্বাসী লোক সকলে ঈশ্বৰৰ উদ্দেশ্যক পূৰ্ণ হোৱাৰ বাবে আশাৰে বাট চাইছিল , কিন্তু তেওঁলোকে ঈশ্বৰৰ মনোনীত সময়লৈকে অপেক্ষা কৰিছিল ।
(trg)="87"> 그 ​ 들 ​ 은 하느님 ​ 의 목적 ​ 이 이루어지기 ​ 를 고대 ​ 하고 있었지만 , 하느님 ​ 의 지정 ​ 된 때 ​ 까지 기다려야 하였습니다 .

(src)="72"> ঠিক সেইদৰে পাচঁনি পৌলেও তেনে আৰ্হিক অনুকৰণ কৰিবলৈ আমাক উৎসাহিত কৰি এইদৰে কৈছিল যে , “ যি মানুহ বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী হল । ” ​ —⁠ ইব্ৰী ৬ :⁠ ১১ , ১২ .
(trg)="88"> 바울 ​ 은 우리 ​ 에게 “ 믿음 ​ 과 참을성 ​ 을 통하여 약속 ​ 들 ​ 을 상속 ​ 받는 ” 이 사람 ​ 들 ​ 을 본 ​ 받으라고 권면 ​ 합니다 . — 히브리 6 : 11 , 12 .

(src)="73"> অপেক্ষা হৈছে জীৱনৰ এনে এক অপৰিহাৰ্য্য কাৰ্য্য যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে ।
(trg)="89"> 그렇습니다 .
(trg)="90"> 기다리는 것 ​ 은 삶 ​ 의 불가피 ​ 한 현실 ​ 입니다 .

(src)="74"> কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ই এক বেদনাৰ উৎস ।
(trg)="91"> 하지만 기다리는 것 ​ 이 언제나 고통 ​ 의 원인 ​ 이 되게 할 필요 ​ 는 없습니다 .

(src)="75"> কিয়নো যিসকলে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ পূৰ্ণতাৰ বাবে অপেক্ষা কৰে , তেওঁলোকৰ বাবে সেয়া হৈছে আনন্দৰ উৎস ।
(trg)="92"> 하느님 ​ 의 목적 ​ 이 이루어지기 ​ 를 기다리는 사람 ​ 들 ​ 에게 기다림 ​ 은 기쁨 ​ 의 근원 ​ 이 될 수 있습니다 .

(src)="76"> তেওঁলোকে ঈশ্বৰৰ সৈতে এক ঘনিষ্ট সম্বন্ধ গঢ়ি তুলিবলৈ আৰু বিশ্বাসক কাৰ্য্যৰ দ্বাৰা প্ৰকাশ কৰিবলৈ অপেক্ষিত কৰা সময়ক সদ ব্যৱহাৰ কৰে ।
(trg)="93"> 그 ​ 들 ​ 은 기다리면서 보내는 시간 ​ 을 하느님 ​ 과의 친밀 ​ 한 관계 ​ 를 배양 ​ 하는 것 ​ 으로 그리고 자신 ​ 의 믿음 ​ 을 나타내는 일 ​ 을 하는 것 ​ 으로 채울 수 있습니다 .

(src)="77"> ইয়াৰ ওপৰিও প্ৰাৰ্থনা , বাইবেল অধ্যয়ন আৰু ধ্যান কৰাৰ যোগেদি তেওঁলোকে এক দৃঢ় বিশ্বাস উন্নত কৰে যে ঈশ্বৰে যিবোৰ প্ৰতিজ্ঞা কৰিছে সেই সকলোবোৰ নিজৰ নিযুক্তি সময়ত পূৰ্ণ কৰিব ।
(trg)="94"> 그리고 기도 ​ 와 연구 ​ 와 묵상 ​ 을 통해 , 하느님 ​ 께서 약속 ​ 하신 모든 일 ​ 은 그분 ​ 이 정하신 때 ​ 가 되면 이루어질 것 ​ 이라는 흔들리지 않는 확신 ​ 을 배양 ​ 할 수 있습니다 .

(src)="78"> [ ৫ পৃষ্ঠাৰ বক্স / ছবিসমূহ ]
(trg)="95"> [ 5 ​ 면 네모 ​ 와 삽화 ]

(src)="79"> অপেক্ষাই আমাক আনন্দিত কৰে !
(trg)="96"> 기다리는 고통 ​ 을 줄이는 방법 !

(src)="80"> আগৰে পৰা আচঁনি তৈয়াৰ কৰক ।
(trg)="97"> 미리 계획 ​ 하도록 한다 !

(src)="81"> যদি আপুনি জানে যে আপোনাক অপেক্ষা কৰিব লাগিব সেই সময়ক পঢ়া , লিখা , চুৱেটাৰ গোঁঠা , কুৰ্চাৰ কাম বা অন্য উপযুক্ত কাৰ্য্যবোৰত নিজকে ব্যস্ত ৰাখক ।
(trg)="98"> 기다려야 할 것 ​ 이라는 사실 ​ 을 안다면 읽을 것 , 쓸 것 , 뜨개질 ​ 할 것 , 코바늘 뜨개질 ​ 할 것 , 그 밖 ​ 에 유익 ​ 한 활동 ​ 이 될 만한 것 ​ 을 미리 준비 ​ 하도록 한다 .

(src)="82"> বাইবেল বা বাইবেল আধাৰিত কিতাপসমূহৰ পৰা আপুনি যি পঢ়ে বা অধ্যয়ন কৰে সেই বিষয়বিলাকৰ ওপৰত বিবেচনা কৰি সময়ক ব্যৱহাৰ কৰক ।
(trg)="99"> 기다리는 시간 ​ 을 묵상 ​ 하는 시간 ​ 으로 활용 ​ 하도록 한다 .

(src)="83"> আপোনাৰ ঘৰত থকা টেলিফোনৰ ওচৰত কিছুমান কিতাপ ৰাখক ।
(trg)="100"> 묵상 ​ 은 빠르게 움직 ​ 이는 현 세상 ​ 에서 점점 하기 힘들어지는 일 중 하나이다 .

(src)="84"> যেতিয়া টেলিফোনৰ বাবে পাচঁ বা দহ মিনিট অপেক্ষা কৰিবলগীয়া হয় সেইসময়ত আপুনি ভালেমান পৃষ্ঠা পঢ়িব পাৰে ।
(trg)="101"> 전화기 ​ 를 붙잡고 기다리고 있어야 할 경우 사용 ​ 하기 위해 읽을 거리 ​ 를 전화기 가까이 ​ 에 놔두도록 한다 .
(trg)="102"> 5 ​ 분 ​ 이나 10 ​ 분 ​ 이면 여러 페이지 ​ 를 읽을 수 있다 .

(src)="85"> যেতিয়া গ্ৰুপৰ সৈতে অপেক্ষা কৰিবলগীয়া হয় , তেনেহ’লে যদি উপযুক্ত হয় , সেই সুযোগক গ্ৰহণ কৰি অন্য লোকৰ সৈতে উন্নতিসাধক বিষয়বোৰৰ সমন্ধে আলোচনা কৰিব পাৰে ।
(trg)="103"> 여러 사람 ​ 이 함께 기다릴 경우 ​ 에는 , 적절 ​ 하다면 그 기회 ​ 를 다른 사람 ​ 들 ​ 과 대화 ​ 를 나누면서 세워 주는 생각 ​ 을 주고받는 기회 ​ 로 활용 ​ 하도록 한다 .

(src)="86"> আকস্মিক অপেক্ষাৰ সময়ত ব্যৱহাৰ কৰিবলৈ নিজৰ গাড়ীত আপুনি নোটপেদ বা যিকোনো পঢ়া কিতাপ ৰাখিব পাৰে ।
(trg)="104"> 예기 ​ 치 않게 기다리는 일 ​ 이 있게 될 때 ​ 에 대비 ​ 하여 차 안 ​ 에 메모지첩 ​ 이나 읽을 거리 ​ 를 준비 ​ 해 두도록 한다 .

(src)="87"> নিজৰ চকু বন্ধ কৰি আৰাম কৰিব পাৰে বা প্ৰাৰ্থনা কৰিব পাৰে ।
(trg)="105"> 눈 ​ 을 감고 휴식 ​ 을 취하든지 기도 ​ 를 하도록 한다 .

(src)="88"> পৰিকল্পিত আচঁনি আৰু ভাল মনোবৃত্তিয়ে অপেক্ষা কৰা সময়খিনি আনন্দদায়ক কৰি তোলে ।
(trg)="106"> 기다리는 시간 ​ 을 효과적 ​ 으로 보내는 것 ​ 은 주 ​ 로 태도 ​ 와 선견지명 ​ 의 문제 ​ 이다 .

# as/2000641.xml.gz
# ko/2000641.xml.gz


(src)="1"> যীচু খ্ৰীষ্টৰ দৰে একে মনোভাব প্ৰতিফলতি কৰক !
(trg)="1"> 그리스도 ​ 께서 가지셨던 정신 태도 ​ 를 나타내라

(src)="2"> “ তাৰ নিমিত্তে ধৈৰ্য্য আৰু শান্ত্বনাৰ ঈশ্বৰে তোমালোকৰ পৰস্পৰৰ ভাব খ্ৰীষ্ট্‌ যীচুৰ দৰে একে হবলৈ দিয়ক । ” ​ —⁠ ৰোমীয়া ১৫ :⁠ ৬ .
(trg)="2"> “ 인내 ​ 와 위로 ​ 를 주시는 하느님 ​ 께서 그리스도 예수 ​ 께서 가지셨던 것 ​ 과 같은 정신 태도 ​ 를 여러분 ​ 이 서로 갖게 하 [ 시기 ​ 를 빕니다 ] . ” — 로마 15 : 5 .
(trg)="3"> 태도 ​ 의 차이 ​ 가 사람 ​ 이 사는 방식 ​ 에 어떻게 영향 ​ 을 줄 수 있습니까 ?

(src)="3"> মনোভাবে জীৱনলৈ প্ৰভেদতা আনে ।
(trg)="4"> 사람 ​ 은 어떤 태도 ​ 를 갖고 있느냐에 따라 사는 방식 ​ 이 크게 달라집니다 .

(src)="4"> যেনে , এক উদাসীন বা কষ্টসহিষ্ণুতা , স্বীকাৰ বা অস্বীকাৰমূলক , বিৰোধ বা সহযোগিতা , অভিযোগ বা কৃতজ্ঞতা মনোবৃত্তিয়ে এজন ব্যক্তিক প্ৰভাৱিত কৰে যে তেওঁ কেনেকৈ পৰিস্থিতিসমূহ সন্মূখীন হ’ব বা অন্যলোকে তেওঁক কিদৰে প্ৰতিক্ৰিয়া দেখুৱায় ।
(trg)="5"> 심드렁 ​ 한 태도 ​ 와 부지런 ​ 한 태도 , 긍정적 ​ 인 태도 ​ 와 부정적 ​ 인 태도 , 호전적 ​ 인 태도 ​ 와 협조적 ​ 인 태도 , 불평 ​ 하는 태도 ​ 와 감사 ​ 하는 태도 — 이러 ​ 한 태도 ​ 의 차이 ​ 는 그 사람 ​ 이 상황 ​ 에 대처 ​ 하는 방식 ​ 이나 다른 사람 ​ 들 ​ 이 그 ​ 에게 반응 ​ 을 나타내는 방식 ​ 에 크게 영향 ​ 을 줄 수 있습니다 .

(src)="5"> যদি এজন ব্যক্তিৰ সঠিক মনোভাব থাকে তেওঁ কঠিন পৰিস্থিতিসমূহতো আনন্দিত হ’ব পাৰে ।
(trg)="6"> 좋은 태도 ​ 를 갖고 있는 사람 ​ 은 매우 어려운 상황 ​ 에 처해 있어도 행복 ​ 할 수 있습니다 .

(src)="6"> আৰু যদি এজন ব্যক্তিৰ বেয়া মনোভাব থাকে তেন্তে তেওঁ ভাল পৰিস্থিসমূহতো আনন্দিত নহ’ব ।
(trg)="7"> 나쁜 태도 ​ 를 갖고 있는 사람 ​ 에게는 — 객관적 ​ 인 관점 ​ 에서 보았을 때 — 만사 ​ 가 형통 ​ 한 것 같아도 도무지 좋아 보이는 것 ​ 이 없습니다 .
(trg)="8"> 사람 ​ 은 어떻게 태도 ​ 를 배우게 됩니까 ?

(src)="7"> ভাল বা বেয়া ​ —⁠ মনোভাব ​ —⁠ শিকিব পৰা যায় ।
(trg)="9"> 사람 ​ 은 태도 ​ 를 — 좋은 것 ​ 이든 나쁜 것 ​ 이든 — 배울 수 있습니다 .

(src)="8"> আচলতে ওপৰত উল্লেখ কৰা সকলোবোৰ মনোভাব এজন ব্যক্তিৰ শিকাৰ ওপৰত নিৰ্ভৰ কৰে ।
(trg)="10"> 사실 , 태도 ​ 는 배워야 하는 것 ​ 입니다 .
(trg)="11"> 갓 태어난 아기 ​ 에 대해 「 콜리어 백과사전 」 에서 ​ 는 이렇게 알려 줍니다 .

(src)="9"> যিহেতু কলিয়াৰচ্‌ এনচাইক্ল্‌পেড়িয়া’ই এটা নতুনকৈ জন্ম হোৱা শিশুৰ বিষয়ে এইদৰে কৈছে : “ যিদৰে এটা শিশুৱে লাহে লাহে কোনো এটা ভাষা বা কলা শিকে ঠিক তেনেকৈ মনোভাবো শিকে । ”
(trg)="12"> “ 마치 언어 ​ 나 그 밖 ​ 의 어떤 기능 ​ 을 획득 ​ 하거나 학습 ​ 해야 하는 것 ​ 처럼 , 사람 ​ 이 결국 ​ 에 갖게 되는 태도 ​ 도 획득 ​ 하거나 학습 ​ 해야 하는 것 ​ 이다 . ”

(src)="10"> আমি কেনেকৈ মনোভাবৰ বিষয়ে শিকোঁ ?
(trg)="13"> 우리 ​ 는 어떻게 태도 ​ 를 배우게 됩니까 ?