# as/2000640.xml.gz
# en/2000640.xml.gz


(src)="1"> অপেক্ষা কেনেকৈ কৰিব লাগে তাক আপুনি জানেনে ?
(trg)="1"> Do You Know How to Wait ?
(trg)="2"> CAN you imagine how much time people spend every year just waiting ?

(src)="2"> আপুনি জানেনে যে প্ৰত্যেক বছৰে অপেক্ষা কৰি লোকসকলে কিমান সময় ব্যয় কৰে ?
(trg)="3"> They wait in line at the store or at the gasoline station .
(trg)="4"> They wait to be served in a restaurant .

(src)="4"> কোনো কাৰ্য্য সম্পন্ন নোহোৱালৈকে লোকসকলে নিজৰ জীৱনত বহু সময় অপেক্ষাৰ বাবে ব্যয় কৰে ।
(trg)="5"> They wait to see the doctor or the dentist .
(trg)="6"> They wait for buses and trains .

(src)="5"> এক তথ্যৰ অনুসৰি , এবছৰত মাত্ৰ যান - বাহনৰ দ্বাৰা পথৰোধত জাৰ্মানীৰ লোকসকলে ৪৭০ কোটি ঘন্টা ব্যয় কৰে ।
(trg)="7"> Yes , a surprising amount of time in a person’s life is spent waiting for things to happen .

(src)="6"> কিছুমান ব্যক্তিয়ে গণনা কৰি পাইছে যে এই সময় প্ৰায় ৭ , ০০০ জন ব্যক্তিৰ জীৱন কালৰ সমান ।
(trg)="8"> According to one estimate , Germans alone lose 4.7 billion hours a year just waiting in traffic jams !

(src)="7"> কেতিয়াবা অপেক্ষা নিৰাশজনক হৈ পৰে ।
(trg)="9"> Somebody calculated that this equals the total life expectancy of about 7,000 people .

(src)="9"> আলেকজেণ্ডাৰ ৰ’জ নামৰ এজন লেখকে এইদৰে কৈছিল : “ জীৱনৰ আধাভাগ কাল অপেক্ষাৰ বাবে ব্যয় হয় । ”
(trg)="10"> Waiting can be very frustrating .
(trg)="11"> These days , there never seems to be enough time to do everything , and thinking about those other things that we should be doing can make waiting a real trial .

(src)="11"> তেওঁ এইদৰেও কৈছিল : “ সময়ে হৈছে ধন । ”
(trg)="12"> Author Alexander Rose once said : “ Half the agony of living is waiting . ”

(src)="12"> সেইবাবে ব্যৱসায়ীসকলে কাম চলি থকাৰ সময়ত অদৰকাৰীৰূপে সময় ব্যয় কৰাৰ পৰা আতঁৰি থাকিব বিচাৰে ।
(trg)="13"> American statesman Benjamin Franklin recognized that waiting can also be costly .
(trg)="14"> Over 250 years ago , he noted : “ Time is money . ”

(src)="13"> তেওঁলোকে জানে যে যদি কম সময়ৰ ভিতৰত বহুত ভাল উৎপাদন কৰিব পাৰি তেনেহ’লে অধিক লাভ আছে ।
(trg)="15"> That is why businesses seek ways to avoid unnecessary delays during work processes .
(trg)="16"> More goods produced in less time can mean greater profits .

(src)="15"> আমাৰ জীৱনৰ কালছোৱাত বহু সময় অদৰকাৰীৰূপে ব্যয় হয়
(trg)="17"> Businesses that directly serve the public try to offer quick service ​ — fast food , drive - through banking , and the like — ​ because they know that pleasing the customer includes cutting down on waiting time .

(src)="16"> উন্নৈশ শতিকাৰ ৰাল্ফ ৱ’লড্‌ ইমাৰচন নামৰ এজন আমেৰিকাৰ কবিয়ে এইদৰে দুখ প্ৰকাশ কৰিছিল : “ মানুহে জীৱনৰ অধিক সময় অপেক্ষাৰ বাবে ব্যয় কৰিবলগীয়া হয় ! ”
(trg)="18"> Wasting Our Lives Away
(trg)="19"> Nineteenth - century American poet Ralph Waldo Emerson once complained : “ How much of human life is lost in waiting ! ”

(src)="17"> অলপতে লাঞ্চ মাৰৌ নামৰ এজন লেখকে অপেক্ষা কৰি শাৰীৰিক অস্বস্তিতা আৰু আমনি লগা সমন্ধে দুখ প্ৰকাশ কৰে ।
(trg)="20"> More recently , author Lance Morrow complained about the boredom and physical discomfort of waiting .

(src)="18"> তথাপি তেওঁ কয় যে “ অপেক্ষা হৈছে গুপ্ত যাতনা । ”
(trg)="21"> But then he spoke of “ the subtler misery of waiting . ”

(src)="19"> ইয়াৰ অৰ্থ কি ?
(trg)="22"> What is that ?

(src)="20"> ইয়াৰ অৰ্থ হৈছে “ প্ৰত্যেক চেকেণ্ড , প্ৰত্যেক মিনিটত আমাৰ জীৱন শেষ হৈ গৈছে , যি সময় আমি আকৌ কেতিয়াও ঘুৰাই নাপাওঁ । ”
(trg)="23"> “ The knowledge that one’s most precious resource , time , a fraction of one’s life , is being stolen away , irrecoverably lost . ”

(src)="21"> সচাঁকৈ ই এটা দুখৰ বিষয় কিন্তু ই সত্য ।
(trg)="24"> Sad , but true .
(trg)="25"> Time lost because of waiting is lost forever .

(src)="23"> কিন্তু আমাৰ জীৱন একেবাৰে চুটি ।
(trg)="26"> Of course , if life were not so short , waiting would be less of a cause for concern .

(src)="25"> ( গীতমালা ৯০ : ​ ১০ ) আমি য’তেই নাথাকো বা যিয়েই নকৰো কিয় আমাৰ জীৱন অৰ্থাৎ আমি জন্ম লোৱা দিনাৰ পৰাই আমাৰ আগত থকা দিন , ঘন্টা , মিনিট এই সকলোবোৰ হৈছে সীমিত ।
(trg)="27"> But life is short .
(trg)="28"> Thousands of years ago , the Bible psalmist commented : “ In themselves the days of our years are seventy years ; and if because of special mightiness they are eighty years , yet their insistence is on trouble and hurtful things ; for it must quickly pass by , and away we fly . ”

(src)="26"> তথাপি কোনো ঘটনা বা লোকৰ বাবে অপেক্ষা কৰিবলৈ আমাক জোৰ কৰা হয় আৰু এই পৰিস্থিতিক আমি অগ্ৰাহ্য কৰিব নোৱাৰো ।
(trg)="29"> Wherever we live and whoever we are , our lives ​ — the days , hours , minutes that lie before us when we are born — ​ are limited .

(src)="27"> অপেক্ষা কেনেকৈ কৰিব পাৰি তাক শিকক
(trg)="30"> Yet , we cannot avoid situations where we are forced to waste some of that precious time waiting on events or people .

(src)="28"> আমাৰ কিছুমানে হয়তো দেখিছে যে এনে বহুতো গাড়ী চালকে অন্য গাড়ীক অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ সদায়ে চেষ্টা কৰে ।
(trg)="31"> Learning How to Wait
(trg)="32"> Most of us have experienced being in a car with a driver who is constantly trying to pass the vehicle ahead of him .
(trg)="33"> Often , there is no pressing need ​ — the driver does not have an urgent appointment .

(src)="29"> এনে ক্ষেত্ৰত দেখা যায় যে যদিও তেনে চালকসকলৰ কোনো আৱশ্যকীয় কাম বা নিযুক্তি নাথাকে তথাপিও তেওঁ আন চালকক আগত যাবলৈ অনুমতি নিদিয়ে ।
(trg)="34"> Still , he cannot stand having his progress dictated by another driver .
(trg)="35"> His lack of patience betrays that he has not learned how to wait .
(trg)="36"> Learned ?

(src)="30"> ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে তেওঁলোকে অধৈৰ্য্যশীল হোৱাৰ বাবে অপেক্ষা কৰিবলৈ নিশিকিলে ।
(trg)="37"> Yes , knowing how to wait is a lesson that must be learned .
(trg)="38"> Nobody is born with it .
(trg)="39"> Babies demand instant attention when they are hungry or in discomfort .

(src)="31"> অপেক্ষা কৰিবলৈ শিকাটো আৱশ্যকনে ?
(trg)="40"> It is only as they get older that they understand that sometimes they have to wait for what they want .

(src)="32"> হয় , অপেক্ষা কেনেকৈ কৰিব পাৰি তাকো শিকাৰ আৱশ্যক ।
(trg)="41"> Indeed , since waiting is an inevitable part of life , knowing how to wait patiently when necessary is a mark of a mature person .

(src)="33"> কিয়নো জন্মৰ পৰাই কোনেও ইয়াক শিকি নাহে ।
(trg)="42"> Of course , there are urgent situations where impatience is understandable .

(src)="35"> কিন্তু যেতিয়া তেওঁলোকে ডাঙৰ হয় তেতিয়াহে বুজি পায় যে যিটো তেওঁলোকে বিচাৰিছে তাৰ বাবে অপেক্ষা কৰিব লাগিব ।
(trg)="43"> A young husband rushing his wife to the hospital because their new baby is on its way would justifiably be impatient about delays .

(src)="36"> যিহেতু অপেক্ষা কৰাটো হৈছে জীৱনৰ এটা অনিবাৰ্য্য ভাগ ।
(trg)="44"> The angels urging Lot to leave Sodom were not prepared to wait while Lot delayed .

(src)="37"> সেইবাবে যেতিয়া আৱশ্যক হয় তেতিয়া কেনেকৈ ধৈৰ্য্যশীল হৈ অপেক্ষা কৰিব পাৰি তাক যদি আমি শিকোঁ তেতিয়াহে আমি নিজকে এজন পৰিপক্ক ব্যক্তিৰূপে প্ৰকাশ কৰিব পাৰিম ।
(trg)="45"> Destruction was imminent , and the lives of Lot and his family were at stake .
(trg)="46"> In most cases , however , lives are not at stake when people are forced to wait .

(src)="38"> বাস্তৱতে , কেতিয়াবা এনে কিছুমান জৰুৰী পৰিস্থিতি আহি পৰে যাৰবাবে অধৈৰ্য্য হোৱাটো স্বাভাৱিক ।
(trg)="47"> In those cases , things could be much more pleasant if everyone learned to be patient ​ — even if the waiting was caused by someone’s inefficiency or lack of interest .

(src)="40"> ঠিক একেইদৰে প্ৰাচীন সময়তো লোটে পলম কৰি থকাত স্বৰ্গদূতে তেওঁক চদোম এৰি যাবলৈ জোৰ কৰে কিয়নো অপেক্ষা কৰিবলৈ অলপো সময় নাছিল ।
(trg)="48"> Moreover , it would be easier to be patient if everyone learned how to use the time spent waiting in a profitable way .
(trg)="49"> The box on page 5 has some suggestions for making waiting not only endurable but even profitable .

(src)="41"> কিয়নো ধ্বংস একেবাৰে ওচৰত আছিল আৰু তেওঁৰ পৰিয়ালৰ জীৱন বিপদগ্ৰস্ত হৈ আছিল ।
(trg)="50"> It cannot be overlooked that an impatient spirit might betray a prideful attitude , a feeling that one is too important to be kept waiting .

(src)="47"> তেনে মনোবৃত্তি থকা ব্যক্তিয়ে বাইবেলৰ এই বাক্যক বিবেচনা কৰা উচিত : “ অহঙ্কাৰী মনৰ লোকতকৈ ধীৰ মনৰ লোক ভাল । ”
(trg)="51"> For any with such an attitude , the following words from the Bible are worthy of consideration : “ Better is one who is patient than one who is haughty in spirit . ”

(src)="48"> ( উপদেশক ৭ :⁠ ৮ ) অভিমান আৰু অহঙ্কাৰ হৈছে ব্যক্তিত্বৰ এক গম্ভীৰ খুঁত আৰু বাইবেলৰ প্ৰবচনে এইদৰে কৈছে : “ অহঙ্কাৰী মনৰ প্ৰত্যেক লোক যিহোৱাৰ ঘিণলগীয়া । ”
(trg)="52"> Haughtiness , or pride , is a serious personality defect , and the Bible proverb says : “ Everyone that is proud in heart is something detestable to Jehovah . ”

(src)="50"> যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব
(trg)="53"> Learning patience ​ — learning how to wait — ​ may , therefore , require that we take a good look at ourselves and our relationships with people around us .

(src)="51"> যেতিয়া আমাক কোনো আশা দিয়া হয় যে যাৰ বাবে আমি অপেক্ষা কৰি আছোঁ , যদিও ইয়াৰ পলম হয় তথাপি ই সচাঁকৈ পূৰ্ণ হ’ব ।
(trg)="54"> Patience Will Be Rewarded

(src)="52"> এয়ে আমাৰ বাবে অপেক্ষা কৰিবলৈ সহজ কৰি তোলে ।
(trg)="55"> We normally find waiting easier if we are convinced that what we are waiting for is worth the delay and that it really will come eventually .

(src)="53"> এই সমন্ধে , বাইবেলত পোৱা যিহোৱাৰ মহান প্ৰতিজ্ঞাবোৰ পূৰ্ণ হোৱালৈকে অপেক্ষা কৰি ঈশ্বৰৰ সত্য উপাসকসকলৰ বিষয়ে বিবেচনা কৰাটো উত্তম হ’ব ।
(trg)="56"> In this regard , it is good to reflect on the fact that all sincere worshipers of God are waiting for the fulfillment of his magnificent promises found in the Bible .

(src)="54"> উদাহৰণস্বৰূপে ঈশ্বৰ প্ৰেৰিত বচন গীতমালাত আমাক কোৱা হৈছে যে : “ ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব , আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব । ”
(trg)="57"> For example , we are told in a divinely inspired psalm : “ The righteous themselves will possess the earth , and they will reside forever upon it . ”

(src)="55"> এই প্ৰতিজ্ঞাৰ বিষয়ক পুনৰ উল্লেখ কৰি পাঁচনি যোহনেও কৈছিল : “ যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে , তেওঁ চিৰকাললৈকে থাকে । ”
(trg)="58"> This promise was echoed by the apostle John when he said : “ He that does the will of God remains forever . ”

(src)="57"> কিন্তু বৰ্তমান আমাৰ জীৱনৰ কাল একেবাৰে কম ।
(trg)="59"> Clearly , if we could live forever , waiting would not be a big problem .

(src)="58"> তেনেহ’লে অনন্ত জীৱনৰ কথা বিবেচনা কৰাটো এক বাস্তৱিক বিষয় হ’বনে ?
(trg)="60"> But we are not living forever right now .
(trg)="61"> Is it even realistic to talk of everlasting life ?

(src)="60"> তেওঁলোকে পাপ কৰাৰ পিছত নিজৰ আৰু তেওঁলোকৰ সন্তান - সন্ততিৰ বাবেও সেই চিৰকালৰ জীৱন হেৰুৱালে , য’ত আমিও সন্মিলিত আছোঁ ।
(trg)="62"> Before answering , consider that God created our first parents with the prospect of living forever .

(src)="61"> যিহেতু , তেওঁলোকে পাপ কৰাৰ পিছত কোনো পলম নকৰাকৈ যিহোৱা ঈশ্বৰে নিজৰ উদ্দেশ্যৰ বিষয়ে ঘোষণা কৰিলে ।
(trg)="63"> It was only because they sinned that they lost that prospect for both themselves and their children ​ — including us .

(src)="62"> কিয়নো তেওঁলোকৰ অৱজ্ঞাকাৰীতাৰ পৰিণামস্বৰূপে সকলোলৈ পাপ আৰু মৃত্যু বিয়পি পৰিল ।
(trg)="64"> However , immediately after their sin , God announced his purpose to overturn the results of their disobedience .

(src)="63"> সেই কাৰণে যিহোৱা ঈশ্বৰে এটা “ বংশৰ ” বিষয়ে প্ৰতিজ্ঞা কৰিলে আৰু সেই বংশ আছিল যীচু খ্ৰীষ্ট । ​ —⁠ আদিপুস্তক ৩ :⁠ ১৫ ; ৰোমীয়া ৫ :⁠ ১৮ .
(trg)="65"> He promised the coming of a “ seed , ” who turned out to be Jesus Christ . ​ — Genesis 3 : 15 ; Romans 5 : 18 .

(src)="64"> তেওঁৰ সেই প্ৰতিজ্ঞাৰ পূৰ্ণতাৰ দ্বাৰা লাভৱান হ’বলৈ আমি ব্যক্তিগতৰূপে নিজে সিদ্ধান্ত লব লাগিব ।
(trg)="66"> Whether we as individuals will benefit from the fulfillment of his promises is our decision to make .
(trg)="67"> To do so will take patience .

(src)="65"> সেইদৰে কৰিবলৈ হ’লে আমি ধৈৰ্য্যশীল হোৱা উচিত ।
(trg)="68"> In order to help us learn this kind of patience , the Bible encourages us to meditate on the example of a farmer .

(src)="68"> তেতিয়াহে তেওঁ ধৈৰ্য্যৰ ফল পাব অৰ্থাৎ তেওঁ যি শস্য সিঁচিছিল তাৰ পৰিশ্ৰমৰ ফল পাব ।
(trg)="69"> He sows his seed and has no choice but to wait patiently ​ — doing what he can to protect his crop — ​ until it is time for the harvest .
(trg)="70"> Then his patience is rewarded , and he sees the fruits of his labor .

(src)="69"> ( যাকোব ৫ :⁠ ৭ ) পাঁচনি পৌলে ধৈৰ্য্যৰ বিষয়ে অন্য এটা উদাহৰণ উল্লেখ কৰিছে ।
(trg)="71"> The apostle Paul mentions another example of patience .
(trg)="72"> He reminds us of faithful men and women of old .

(src)="70"> তেওঁ আমাক বিশ্বাসী পুৰুষ আৰু স্ত্ৰীৰসকলৰ বিষয়ে সোৱঁৰাই দিয়ে ।
(trg)="73"> They were looking forward to the outworking of God’s purposes , but they had to wait for God’s appointed time .

(src)="72"> ঠিক সেইদৰে পাচঁনি পৌলেও তেনে আৰ্হিক অনুকৰণ কৰিবলৈ আমাক উৎসাহিত কৰি এইদৰে কৈছিল যে , “ যি মানুহ বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী হল । ” ​ —⁠ ইব্ৰী ৬ :⁠ ১১ , ১২ .
(trg)="74"> Paul encourages us to imitate these , “ who through faith and patience inherit the promises . ” ​ — Hebrews 6 : 11 , 12 .
(trg)="75"> Yes , waiting is an unavoidable fact of life .

(src)="73"> অপেক্ষা হৈছে জীৱনৰ এনে এক অপৰিহাৰ্য্য কাৰ্য্য যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে ।
(trg)="76"> But it does not have to be a constant source of distress .
(trg)="77"> For those who are awaiting the outworking of God’s promises , it can be a source of joy .

(src)="74"> কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ই এক বেদনাৰ উৎস ।
(trg)="78"> They can fill the time spent waiting by cultivating a close relationship with God and doing works that demonstrate their faith .

(src)="75"> কিয়নো যিসকলে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ পূৰ্ণতাৰ বাবে অপেক্ষা কৰে , তেওঁলোকৰ বাবে সেয়া হৈছে আনন্দৰ উৎস ।
(trg)="79"> And by prayer , study , and meditation , they can cultivate an unwavering confidence that everything God has promised will happen in his due time .

(src)="78"> [ ৫ পৃষ্ঠাৰ বক্স / ছবিসমূহ ]
(trg)="80"> [ Box / ​ Pictures on page 5 ]

(src)="79"> অপেক্ষাই আমাক আনন্দিত কৰে !
(trg)="81"> REDUCE THE AGONY OF WAITING !
(trg)="82"> Plan ahead !

(src)="80"> আগৰে পৰা আচঁনি তৈয়াৰ কৰক ।
(trg)="83"> If you know that you will have to wait , be prepared to read , write , knit , crochet , or engage in some other useful activity .

(src)="83"> আপোনাৰ ঘৰত থকা টেলিফোনৰ ওচৰত কিছুমান কিতাপ ৰাখক ।
(trg)="84"> Use the time to meditate , something that is increasingly difficult in our fast - moving world .

(src)="84"> যেতিয়া টেলিফোনৰ বাবে পাচঁ বা দহ মিনিট অপেক্ষা কৰিবলগীয়া হয় সেইসময়ত আপুনি ভালেমান পৃষ্ঠা পঢ়িব পাৰে ।
(trg)="85"> Keep some reading material near the telephone to use if you are put on hold ; in five or ten minutes , you can read several pages .

(src)="86"> আকস্মিক অপেক্ষাৰ সময়ত ব্যৱহাৰ কৰিবলৈ নিজৰ গাড়ীত আপুনি নোটপেদ বা যিকোনো পঢ়া কিতাপ ৰাখিব পাৰে ।
(trg)="86"> When waiting in a group , use the opportunity , if appropriate , to start conversations with others and share upbuilding thoughts with them .

(src)="87"> নিজৰ চকু বন্ধ কৰি আৰাম কৰিব পাৰে বা প্ৰাৰ্থনা কৰিব পাৰে ।
(trg)="87"> Keep a notepad or reading material in your car for periods of unexpected waiting .

(src)="88"> পৰিকল্পিত আচঁনি আৰু ভাল মনোবৃত্তিয়ে অপেক্ষা কৰা সময়খিনি আনন্দদায়ক কৰি তোলে ।
(trg)="88"> Close your eyes , relax , or pray .
(trg)="89"> SUCCESSFUL WAITING IS MAINLY A MATTER OF ATTITUDE AND FORETHOUGHT .

# as/2000641.xml.gz
# en/2000641.xml.gz


(src)="1"> যীচু খ্ৰীষ্টৰ দৰে একে মনোভাব প্ৰতিফলতি কৰক !
(trg)="1"> Reflect the Mental Attitude of Christ

(src)="2"> “ তাৰ নিমিত্তে ধৈৰ্য্য আৰু শান্ত্বনাৰ ঈশ্বৰে তোমালোকৰ পৰস্পৰৰ ভাব খ্ৰীষ্ট্‌ যীচুৰ দৰে একে হবলৈ দিয়ক । ” ​ —⁠ ৰোমীয়া ১৫ :⁠ ৬ .
(trg)="2"> “ May the God who supplies endurance and comfort grant you to have among yourselves the same mental attitude that Christ Jesus had . ” ​ — ROMANS 15 : 5 .

(src)="3"> মনোভাবে জীৱনলৈ প্ৰভেদতা আনে ।
(trg)="3"> How can one’s life be affected by one’s attitude ?
(trg)="4"> ATTITUDE makes a big difference in life .

(src)="5"> যদি এজন ব্যক্তিৰ সঠিক মনোভাব থাকে তেওঁ কঠিন পৰিস্থিতিসমূহতো আনন্দিত হ’ব পাৰে ।
(trg)="5"> A nonchalant or a diligent attitude , a positive or a negative attitude , a belligerent or a cooperative attitude , a complaining or a grateful attitude can strongly influence how a person deals with situations and how other people react to him .

(src)="6"> আৰু যদি এজন ব্যক্তিৰ বেয়া মনোভাব থাকে তেন্তে তেওঁ ভাল পৰিস্থিসমূহতো আনন্দিত নহ’ব ।
(trg)="6"> With a good attitude , one can be happy even in quite difficult situations .

(src)="7"> ভাল বা বেয়া ​ —⁠ মনোভাব ​ —⁠ শিকিব পৰা যায় ।
(trg)="7"> For a person with a bad attitude , nothing seems right , even when ​ — from an objective standpoint — ​ life is good .

(src)="8"> আচলতে ওপৰত উল্লেখ কৰা সকলোবোৰ মনোভাব এজন ব্যক্তিৰ শিকাৰ ওপৰত নিৰ্ভৰ কৰে ।
(trg)="8"> How does a person learn attitudes ?
(trg)="9"> Attitudes ​ — good or bad — ​ can be learned .

(src)="9"> যিহেতু কলিয়াৰচ্‌ এনচাইক্ল্‌পেড়িয়া’ই এটা নতুনকৈ জন্ম হোৱা শিশুৰ বিষয়ে এইদৰে কৈছে : “ যিদৰে এটা শিশুৱে লাহে লাহে কোনো এটা ভাষা বা কলা শিকে ঠিক তেনেকৈ মনোভাবো শিকে । ”
(trg)="10"> In fact , they have to be learned .

(src)="10"> আমি কেনেকৈ মনোভাবৰ বিষয়ে শিকোঁ ?
(trg)="11"> Speaking of a newborn child , Collier’s Encyclopedia says : “ What attitudes he eventually comes to possess he must acquire or learn , somewhat as he must acquire or learn a language or any other skill . ”

(src)="11"> যদিও আন আন বস্তুৱে মনোভাবৰ বিষয়ে শিকাত অৱদান আগবঢ়াই , কিন্তু ঘাইকৈ পৰিবেশ আৰু সঙ্গতিয়ে এই ক্ষেত্ৰত বৃহতভাবে প্ৰভাৱ পেলায় ।
(trg)="12"> How do we learn attitudes ?
(trg)="13"> While many things contribute , environment and association are very influential .

(src)="12"> সেই এনচাইক্ল্‌পেড়িয়া’ই এইটোও উল্লেখ কৰিছে : “ আমি যিসকলৰ সৈতে ঘনিষ্ঠভাৱে সমন্ধ ৰাখোঁ তেওঁলোকৰ মনোভাব আমি অতি সহজে শিকোঁ আৰু ইয়ে আমাক প্ৰভাৱিত কৰে । ”
(trg)="14"> The previously mentioned encyclopedia notes : “ We learn or absorb , as if by osmosis , the attitudes of those with whom we are closely associated . ”